--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • NL 01 AF 1098 নম্বৰৰ ১২ চকীয়া ট্ৰাক এখনেৰে গুৱাহাটীৰ পৰা মণিপুৰলৈ সৰবৰাহ কৰা অৱস্থাতে জব্দ হয় ৬৪ কাৰ্টন বিলাতী সুৰাখিনি।

ডিজিটেল ডেস্ক: বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীৰ যুটীয়া অভিযানত যোৰাবাটত জব্দ বৃহৎ পৰিমাণৰ মেঘালয়ৰ বিলাতী সুৰা।


NL 01 AF 1098 নম্বৰৰ ১২ চকীয়া ট্ৰাক এখনেৰে গুৱাহাটীৰ পৰা মণিপুৰলৈ সৰবৰাহ কৰা অৱস্থাতে জব্দ হয় ৬৪ কাৰ্টন বিলাতী সুৰাখিনি।


লোহা আৰু ডাম্পৰ মাজত লুকুৱাই অতি কৌশলেৰে সৰবৰাহ কৰিছিল বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰাখিনি।


জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় কেইবা লক্ষাধিক টকা।


আটক দুই সৰবৰাহকাৰী ক্ৰমে অজিত থেকো আৰু ৰহিত গুৰুং।


ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ