--°C
Loading...
Listen to Article
2 min read
80%
১/০২/২৫, শনিবাৰ


মেষ ৰাশি : দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ দিনটো খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ সফল হʼব ৷

বৃষ ৰাশি : খং-ৰাগৰ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ কৰ্মৰ লগতে ব্যক্তিগত জীৱনতো পৰিব পাৰে ৷ পৰচৰ্চা নকৰিব ৷

মিথুন ৰাশি : বিবাহৰ সংযোগত সফল লাভ হʼব ৷ প্ৰেমত শুভ ৷ বিবাহিসকলৰ বাবে দিনটো ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷ সন্ধিয়া মানসিক অশান্তি হʼব পাৰে ৷ খৰচ বৃদ্ধি ৷

কৰ্কট ৰাশি : কোনো লোকৰ লগত আবেগিকভাৱে জড়িত হৈ পৰিব পাৰে ৷ বন্ধুবৰ্গৰ লগত সময় কটাওক ৷ বিনোদন কাৰ্যৰ বাবে দিনটো ভাল ৷ ক্ৰোধক নিয়ন্ত্ৰিত কৰি ৰাখক । নতুন কাম আৰম্ভ নকৰিব ৷ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা ৷ সাৱধানেৰে গাড়ী চলাওক ।

সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ খং-ৰাগৰ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ কৰ্ম জীৱনত পৰিব পাৰে ৷

কন্যা ৰাশি : দিনটো কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ যিকোনো সৎকৰ্মৰ ফল কোনো পলম নকৰাকৈ পাব ৷ বন্ধুৰ লগত পাৰ্টী হʼব পাৰে ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷

তুলা ৰাশি : দিনটো বহুত লাভজনক ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কর্ম কৰক ৷ খং-ৰাগৰ নিয়ন্ত্ৰণ কৰক ৷

বৃশ্চিক ৰাশি : পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লওক ৷ প্ৰশংসা লাভ ৷ আবেলি কৰ্ম জীৱন ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷

ধনু ৰাশি : বিবাহৰ যোগ ৷ প্ৰেমত শুভ ৷ বিবাহিসকলৰ বাবে দিনটো ভাল ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷

মকৰ ৰাশি : দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব ৷ ব্যৱসায় বা নিজ কৰ্মত মনোযোগ দিয়ক ৷ জীৱনত সফল হ’ব ৷

কুম্ভ ৰাশি : দিনটো ভাল ৷ সক্ৰিয় অনুভৱ কৰিব ৷ পৰিশ্ৰমৰ ফল লাভ ৷ গ্ৰহৰ স্থান ভাল ৷ দিনটো নিজৰ প্ৰেমৰ লগত কটাব ৷

মীন ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক ৷ বাহিৰা খাদ্য পৰিহাৰ কৰক ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ