--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজালৈ মাজত মাত্ৰ আৰু কেইটামান দিন। প্ৰতি বছৰে মাঘৰ শুক্ল পঞ্চমী তিথিত পালন কৰা হয় সৰস্বতী পূজা। আগন্তুক সৰস্বতী পূজাক লৈ বিশেষকৈ ছাত্ৰ -ছাত্ৰীসকলৰ মাজত এক উখল- মাখল পৰিবেৱশে বিৰাজ কৰিছে।সৰস্বতী পূজাক লৈ ইতিমধ্যে ব্যস্ত হৈ পৰিছে প্ৰতিখন শিক্ষানুষ্ঠানৰ ছাত্ৰ -ছাত্ৰী।

এইবর্ষ সৰস্বতী পূজাৰ তিথি ২ ফেব্ৰুৱাৰীত আৰম্ভ হৈ ৩ ফেব্ৰুৱাৰীলৈ থাকিব ৷ কিন্তু এনে কি কাম কৰিলে সৰস্বতী দেৱী সন্তুষ্ট হয় জানেনে ?

সৰস্বতী পূজাৰ দিনা পুৱা পূজাস্থলীলৈ গৈ তাত ৩ গছি ঘি চাকি জ্বলাই তিনি পাহ বগা ফুল মাৰ শ্ৰী চৰণত অৰ্পণ কৰিলে দেৱী সৰস্বতী সন্তুষ্ট হয় বুলি জনা যায়।

সৰস্বতী পূজাত ভোগৰ সামগ্রী হিচাপে হালধি, মগু দাইল, বুটৰ দাইল দান কৰাৰ লগতে সৰস্বতী মাৰ ওচৰত কল আগবঢ়ালে দেৱী সৰস্বতী সন্তুষ্ট হয়।

"ঔমঃ এম হিম ক্লিম মহা সৰস্বতী দেৱীঐ নমঃ" এই মন্ত্ৰ এখন হালধীয়া ৰঙৰ কাগজত ৰঙা চিয়াঁহীৰে লিখি পঢ়া টেবুলত ৰখাৰ লগতে দৈনিক ২১ বাৰকৈ এই মন্ত্ৰটো পাঠ কৰিলে পঢ়া-শুনাত থকা বাধাসমূহ নাইকিয়া হ'ব ৷

আনহাতে পঢ়াৰ ক্ষেত্ৰত যদি বহুত বেছি বাধাৰ সন্মুখীন হৈ আছে তেন্তে সৰস্বতী পূজাৰ ভোগ বনোৱা স্থানত এটা নিমখৰ পেকেট অৰ্পণ কৰিব পাৰে। এনে কৰিলে সৰস্বতী মা সন্তুষ্ট হয়।

(উৎসঃ দৈনিক জনমভৃমি)


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ