--°C
Loading...
Listen to Article
2 min read
80%
১৬ ফেব্ৰুৱাৰী, ২০২২, দেওবাৰ মেষ : মেষ ৰাশিৰ জাতক-জাতিকাৰ স্বাস্থ্যত শুভ। কোনো কাৰণত মানসিক অশান্তি হ’ব পাৰে, অশান্তিক নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক। পাৰিবাৰিক আৰু প্রেমত শুভফল লাভ। বৃষ : বৃষ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ বাবে শুভ কাৰক। আর্থিক,বাণিজ্য আৰু কৰ্মত উন্নতিৰ যোগ। ভ্ৰমণত শুভ। মিথুন : বিদ্যার্থী, শিল্পী, সাহিত্যিকসকলৰ শুভ। ৰাজনীতিবিদ আৰু সমাজকৰ্মীৰ উন্নতিৰ যোগ। কৰ্কট : প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট অশান্তি হ’ব পাৰে। শিক্ষার্থী, শিল্পী, সাহিত্যিকৰ শুভ সংবাদ লাভৰ যোগ। সিংহ : সিংহ ৰাশিৰ আজিৰ দিনটো ভালে যাব। ঘৰলৈ আলহী-অতিথিৰ আগমন ঘটিব। প্ৰেমত আৰু সাংসাৰিকত শুভ। কন্যা : আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত শুভ ফল পাব। শিক্ষাৰ্থী, ৰাজনীতিকৰ চিন্তা বৃদ্ধি হ’ব পাৰে। তুলা : তুলা ৰাশিৰ চিন্তা বাঢ়িব পাৰে, মনলৈ হতাশা আহিব পাৰে। প্রেম-প্রীতি, ঘৰুৱা দিশত শুভ। বৃশ্চিক : শিক্ষার্থী, সাহিত্যিক, শিল্পীলকলে পৰিকল্পনামতে আগবাঢ়িব পাৰিব। কর্ম, বাণিজ্য আৰু আর্থিক দিশত ভাল ফল পাব। ধনু : আর্থিক,কৰ্ম আৰু বাণিজ্যত লাভ কিছু কমকৈ পাব। প্রেম-পাৰিবাৰিক দিশত অশুভ। মকৰ : শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ মাজত আশাব্যঞ্জক উৎসাহ বাঢ়িব। ৰাজনীতিক, সমাজকর্মীৰ মানসিক দুশ্চিন্তা বাঢ়িব যদিও দিনটোৰ শেষলৈ ভাল হ’ব। কুম্ভ : পৰিয়ালত অশান্তি বৃদ্ধি। সাহিত্যিক, শিল্পী, খেলুৱৈসকলৰ দিনটো শুভ। মীন : ভ্ৰমত শুভ। শুভ সংবাদ লাভৰ যোগ। পৰিয়ালত সু-সম্পৰ্ক বৰ্তি থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ