--°C
Loading...
Listen to Article
2 min read
80%
৩মাঘ, সোমবাৰ, ইং ১৭ জানুৱাৰী ১.মেষ ৰাশিঃ মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত শুভ হ'ব, খেতিয়ক সকলৰ শুভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। ২.বৃষ ৰাশিঃ বৃষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়। ৩.মিথুন ৰাশিঃ মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব যদিও আপুনি সজাগ নহ'লে ক্ষতি হোৱাৰ যোগ দেখা যায়। ৪.কৰ্কট ৰাশিঃ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফলতা আহিব। আজি আপুনি সজাগ নহ'লে সামান্য কষ্ট পাব পাৰে লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ৫.সিংহ ৰাশিঃ সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, কৰ্মত শুভ হ'ব, লগতে আজি আপোনাৰ আৰ্থিক দিশত শুভ হোৱাৰ যোগ দেখা যায়। ৬.কন্যা ৰাশিঃ কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হ'ব, শিল্পীসকলৰ শুভ হ'ব, লগতে কৰ্মত ক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়। ৭.তুলা ৰাশিঃ তুলা ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মতক্ষেত্ৰত বিপৰীত লিঙ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব, প্ৰেমত শুভ হ'ব, লগতে ভ্ৰমণত শুভ হোৱাৰ যোগ দেখা যায়‌। ৮.বৃশ্চিক ৰাশিঃ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত যোগাযোগৰ সুযোগ লাভ কৰিব, কৰ্মত উন্নতি হ'ব, লগতে কৰ্মত সন্মান লাভ হোৱাৰ যোগ দেখা যায়। ৯.ধনু ৰাশিঃ ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ'ব, কৰ্মত সফল হ'ব লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ১০.মকৰ ৰাশিঃ মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা দিশত উন্নতি হ'ব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ১১.কুম্ভ ৰাশিঃ কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সম্পদ বৃদ্ধি হ'ব, কৰ্ম প্ৰচেষ্টাত সফল হ'ব যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ১২.মীন ৰাশিঃ মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব, বিবাহ প্ৰাৰ্থীসকলৰ শুভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ