--°C
Loading...
Listen to Article
2 min read
80%
১৮ আগষ্ট, বৃহস্পতিবাৰ, ২০২২

মেষ – ব্যৱসায়ত ভাল খবৰ আহিব। অৰ্থনৈতিক বিকাশ অব্যাহত থাকিব।  ঘৰত শান্তি। প্ৰেম মজবুত হ'ব।

বৃষ -আপুনি আইনী জটিলতাৰ সন্মুখীন হ’ব লাগিব পাৰে। কাম আৰু ব্যৱসায়ত সফলতা আৰু খ্যাতি। হাতলৈ ধন আহিব।  ঘৰলৈ আলহী আহিব।

মিথুন – এটা নতুন কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। আজি ভ্ৰমণৰ যোগ আছে। ঘৰলৈ আত্মীয় লোক আহিব। 

কৰ্কট – ঘৰুৱা বিভেদৰ সম্ভাৱনা। শিশুৰ প্ৰাপ্তিত সুনাম বৃদ্ধি। প্ৰিয়জনৰ পৰা উপহাৰ উপলব্ধ হ’ব পাৰে। 

সিংহ – শত্ৰুৱে ক্ষতি কৰিব পাৰে। ব্যৱসায়ত লাভ। পৰোপকাৰ কৰোঁতে ব্যয় বৃদ্ধি। ৰোগ কমিব।

কন্যা – কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি। সৃষ্টিশীল লোকৰ বাবে ভাল। মানসিক অস্থিৰতা বৃদ্ধি হ’ব। প্ৰেমত অশান্তি।

তুলা – অত্যধিক খঙৰ ফলত বিপদ হ’ব পাৰে। প্ৰেমৰ বাবে অস্থিৰতা আহিব। কৰ্মস্থানৰ পৰিৱেশত উন্নতি দেখা যাব।  

বৃশ্চিক -দুঃস্বপ্ন বা বেয়া সপোন হৈছে অৱচেতন মনৰ ভয়, সেইবোৰৰ বিষয়ে বিচলিত হোৱাৰ কোনো প্ৰয়োজন নাই। অতিমাত্ৰা খৰছ হ’ব।

ধনু – আপোনাৰ আপোন কোনোবাই আপোনাক আঘাত কৰিব। চুবুৰীয়াৰ সৈতে সদ ভাৱ ৰাখক। পঢ়াত মন দিয়ক।

মকৰ – সম্পৰ্কক অধিক নিৰ্ভৰযোগ্য কৰি তুলি আজি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পাৰে। জ্বৰ–চৰ্দিৰ সমস্যাত ভুগিব পাৰে। প্ৰেম হ'ব পাৰে।

কুম্ভ – আজি নিজকে আত্মবিশ্বাসী অনুভৱ হ’ব পাৰে। কৰ্মক্ষেত্ৰত অত্যন্ত চাপ থাকিব  শাৰীৰিক অৱস্থা বেয়া হ’ব পাৰে।

মীন – কোনো ভাল ঘটনা ঘটিব পাৰে। ভ্ৰমণ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে আজিৰ দিনটো শুভ। প্ৰেমত শুভ।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ