--°C
Loading...
Listen to Article
2 min read
80%
 ১১ আগষ্ট, বৃহস্পতিবাৰ,২০২২

মেষ ৰাশি : চাকৰিয়ালৰ বাবে ভাল দিন৷ প্ৰেমত শুভ৷ পৰিয়ালৰ লগত সৰু ভ্ৰমণ কৰিব পাৰে৷ আপোনজনৰ লগত সম্পৰ্ক ভাল হʼব৷ দিনটো কুশলে পাৰ হʼব৷ 

বৃষ ৰাশি : স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব। প্ৰেমত চিন্তা৷ মনলৈ হতাশা আহিব। কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব৷ আলহী আহিব৷ কৰ্ম জীৱনত উন্নতি হʼব পাৰে৷ 

মিথুন ৰাশি : প্ৰেমত সম্পর্ক ভাল হʼব৷ বিদ্যাত ভাল৷  লক্ষ্যত সফল হ’ব৷  চিন্তাধাৰাবোৰ উন্নত কৰক। খৰচ কমাওক।

কৰ্কট ৰাশি : আয় বৃদ্ধি৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব৷ ব্যৱসায়ীসকল লাভৱান হ’ব৷ প্ৰেমত সফল হʼব।

সিংহ ৰাশি : দিনটো চিন্তাত পাৰ হʼব৷  কর্মক্ষেত্ৰত  সতৰ্কতা অৱলম্বন কৰা উচিত৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব৷ ভাগৰ বৃদ্ধি৷ কৰ্ম ব্যস্ততা বৃদ্ধি। 

কন্যা ৰাশি : দিনটো সফল হʼব৷ জ্যেষ্ঠজনৰ পৰা কোনো কামৰ পৰামৰ্শ লʼব৷ ব্যক্তিগত জীৱনত সুখী অনুভৱ কৰিব৷ ভ্ৰমণত  সতৰ্কতা অৱলম্বন কৰা উচিত।

তুলা ৰাশি : প্ৰশংসা লাভ কৰিব৷ নিজৰ কর্মত মনোযোগ দিলে সফল হʼব৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব৷ প্ৰেমত অশান্তি বাঢ়িব।

বৃশ্চিক ৰাশি : বন্ধু বা আপোনজনৰ লগত তৰ্ক-বিতৰ্ক হ’ব পাৰে৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব৷ বিতৰ্ক এৰাই চলক।

ধনু ৰাশি : কাৰোবাৰ কথাই অসন্তুষ্ট কৰিব৷ যিকোনো পৰিকল্পনা বাতিল কৰক৷ অলপ দিন কুকুৰৰ পৰা আঁতৰি থাকক৷ মানসিক অশান্তি বাঢ়িব।

মকৰ ৰাশি : খৰচ বৃদ্ধি। উপাৰ্জন কৰাৰ সুযোগ পাব৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব৷ প্ৰেমত মধুৰতা। ভ্ৰমণত মন ভৰিব।

কুম্ভ ৰাশি : শিৱৰ কৃপা দৃষ্টি লাভ কৰিব। যিকোনো কামত সফল হ’ব৷ ধন লাভ কৰিব৷ ব্যয় বৃদ্ধি৷ প্ৰেমত শুভ। আলহী আহিব।

মীন ৰাশি : কঠোৰ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব। দিনটো প্ৰায় ভাল হʼব। খৰচ বৃদ্ধি। প্ৰেমত শুভ৷ ব্যৱসায়ীসকলৰ উত্তম সময়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement