--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজিৰ পৰা আৰম্ভ হৈছে শাৰদীয়া নৱৰাত্ৰি আৰু প্ৰথম দিনাই গঠিত দুৰ্লভ সংযোগে একাংশ লোকৰ ভাগ্য উজ্জ্বল কৰি তুলিব। বহু বছৰৰ পাছত গঠিত এই বিৰল সংযোগ শুভ বুলি কোৱা হৈছে। ইয়াৰ বাহিৰেও এইবাৰ শাৰদীয় নৱৰাত্ৰিত ৩০ বছৰৰ পাছত এনে কাকতলীয়া যোগৰ সময়ত বুদ্ধদিত্যযোগ, শশ ৰাজযোগ আৰু ভদ্ৰ ৰাজযোগৰ সৃষ্টি হৈছে। ইয়াৰ দ্বাৰা ৩ ৰাশিৰ লোকৰ হাতলৈ টকা অহাৰ লগতে ভাগ্যৰ সমৰ্থন লাভ কৰিব। কোন এই ভাগ্যশালী ৩ ৰাশিৰ বাবে এই যোগ শুভ জানো আহক।

মেষঃ-এইবাৰ নৱৰাত্ৰিৰ দিনা গঠিত বিৰলযোগে মেষ ৰাশিৰ জীৱনলৈ ভাল দিন কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। আৰ্থিক লাভৰ নতুন সুযোগ আহিব। নতুন চাকৰিৰ অফাৰ পাব পাৰে। বাকী থকা ধন পোৱাৰ সম্ভাৱনা আছে। মাদুৰ্গাৰ বিশেষ কৃপাত এই ৰাশিৰ লোকসকলৰ জীৱনলৈ সুখ-শান্তি কঢ়িয়াই আনিব। 

বৃষ ৰাশিঃ-শাৰদীয় নৱৰাত্ৰিত গঠিত তিনিটা ৰাজযোগে বৃষ ৰাশিৰ লোকসকলৰ জীৱনলৈ সোণালী দিনৰ সূচনা কৰিব। এই লোকসকলে কেৰিয়াৰ, চাকৰি আৰু ব্যৱসায়ত ভাল সফলতা লাভ কৰিব। হঠাৎ আৰ্থিক লাভ হ’ব। আপোনাৰ বেংকৰ বেলেঞ্চ বৃদ্ধি পাব। আপুনি সঞ্চয় কৰাত সফল হ’ব। অর্থনৈতিক পৰিস্থিতি আগতকৈ উন্নত হ’ব৷ 

কৰ্কট ৰাশিঃ-এই ৰাজযোগে কৰ্কট ৰাশিৰ লোকসকলক যথেষ্ট উপকাৰ প্ৰদান কৰিব। এইসকল লোকে নিজৰ কেৰিয়াৰত যথেষ্ট সফলতা লাভ কৰিব পাৰে। ভাগ্য ভাল হ’লে হয়তো এনেকুৱা এটা সুযোগ পাব যিয়ে আপোনাক ডাঙৰ সুবিধা দিব। ইচ্ছা পূৰণ হ’ব। ভাল খবৰ পাব পাৰে। এতিয়ালৈকে বাকী থকা যিকোনো কামেই এতিয়া সম্পূৰ্ণ হ’ব। ব্যৱসায়ত লাভৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ