--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জেঠ মাহৰ কৃষ্ণ পক্ষৰ অমাৱস্যা তিথিত সধৱা মহিলাসকলে স্বামীৰ দীৰ্ঘজীৱনৰ বাবে সাবিত্ৰী ব্ৰত পালন কৰে। এই দিনটোত ভগৱান বিষ্ণু আৰু বট গছৰ উপাসনা কৰিলে স্বামী দীৰ্ঘজীৱী হোৱাই নহয় ঘৰখনতো সুখ আৰু সমৃদ্ধি বৃদ্ধি হয়। অৱশ্যে এই উপবাসত কিছুমান মহিলাই জানি বুজি বা অজ্ঞাতে কিছুমান ভুল কৰে। সাবিত্ৰী ব্ৰত পালন কৰোতে কি কি ভুল কৰিব নালাগে জানো আহক-

১) সাবিত্ৰী ব্ৰতৰ দিনা সধৱা মহিলাসকলে ক'লা আৰু নীলা কাপোৰ পিন্ধা পৰিহাৰ কৰিব লাগে। এই দিনটোত এনে ৰংবোৰ অশুভ বুলি গণ্য কৰা হয়। লগতে বগা কাপোৰ পিন্ধা পৰিহাৰ কৰিব। এই ৰঙৰ খাড়ু বা চুড়িও পৰিধান নকৰিব। একে সময়তে পূজাত নীলা ফুলো আগবঢ়াব নালাগে।

২) যদি আপুনি প্ৰথমবাৰৰ বাবে সাবিত্ৰী ব্ৰত পালন কৰিবলৈ গৈ আছে তেন্তে শহুৰেকৰ সলনি মাতৃগৃহত থাকি এই ব্ৰত পালন কৰক। যদি সম্ভৱ হয় পূজাৰ মাতৃগৃহৰ পৰাই কিনক।

৩) ঋতুস্ৰাৱৰ সময়ত মহিলাসকলে সাবিত্ৰীৰ উপবাস ৰাখিব নালাগে। 

৪)আজিৰ দিনটোত আপোনাৰ স্বামীৰ সৈতে তৰ্ক নকৰিব। উপবাস কৰা মহিলাসকলে আচৰণ নিয়ন্ত্ৰণ কৰিব লাগে। এই দিনটোত পতিৰ সৈতে কাজিয়া কৰাটো অতি অশুভ বুলি গণ্য কৰা হয়।

৫) সাবিত্ৰী উপবাস পালন কৰা মহিলাসকলে বিচনাত শুব নালাগে। আপুনি মাটিতে বিচনা সাজি বিশ্ৰাম ল'ব পাৰে। 

৬)এই দিনটোত মিছা, ঘৃণা বা বিদ্বেষ পৰিহাৰ কৰিব লাগে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ