--°C
Loading...
Listen to Article
2 min read
80%

নন্দীগ্ৰাম : ভঙা ভৰিৰেই ৰণ অব্যাহত ৰাখিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। আহত বাঘিনীৰ ৰূপত তেওঁ জঁপিয়াই পৰিছে ক্ষমতা ৰক্ষাৰ যুঁজত। বিজেপিৰ সৰ্বশক্তিক বাধা প্ৰদান কৰাৰ বাবে অকলশৰেই মমতা বেনাৰ্জীয়ে দলক নেতৃত্ব দি গৈছে।

আৰু পঢ়িব পাৰিব :হোলীৰ আনন্দৰ মাজতে পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুজনৰ

পুনৰ হুইল চেয়াৰত বহিয়েই নিৰ্বাচনী সমদলত ল’লে মমতা বেনাৰ্জীয়ে। সোমবাৰে নন্দীগ্ৰামত মমতাৰ এই ৰ’ড শ্ব’ অনুষ্ঠিত হয়। নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত নন্দীগ্ৰামত ভোটগ্ৰহণ কৰা হ’ব। নন্দীগ্ৰামত আঠ কিলোমিটাৰ দীঘল পদযাত্ৰা সম্পন্ন কৰে মমতাই। ইয়াৰ পাছতে হোলী উল্লাসৰ মাজতে তেওঁ এখন নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰে। নন্দীগ্ৰামৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

আৰু পঢ়িব পাৰিব :হোলীৰ আনন্দৰ মাজতে পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুজনৰ

বৃহস্পতিবাৰে মমতা বেনাৰ্জী আৰু তেওঁৰ দলৰ প্ৰাক্তন সতীৰ্থ শুভেন্দু অধিকাৰীৰ মাজত তুমুল ভোট যুদ্ধ অনুষ্ঠিত হ’ব। উল্লেখ্য যে, মমতাৰ সংগ এৰি বিজেপিত যোগ দিছিল শুভেন্দু অধিকাৰীয়ে। তৃণমূল কংগ্ৰেছে মমতাৰ এই ৰেলীৰ ভিডিঅ’ প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ