--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : এইবাৰ ধেমাজিত ব্যতিক্ৰমী ৰূপত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ৷ প্ৰচাৰ সভাত ভাগ লোৱাৰ পূৰ্বে  এপাক নাচিলে হিমন্তই৷ ধেমাজিৰ তেলীজান পথাৰত নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে তেওঁ৷ এই সভাত কংগ্ৰেছ-এআইইউডিএফক তীব্ৰ সমালোচনাও তেওঁ৷

আৰু পঢ়িব পাৰিব :উপযুক্ত চিকিৎসাৰ অভাৱত বক্সাৰ শ্যাম প্ৰসাদ শৰ্মাৰ অকাল বিয়োগ

তেওঁ কয়- ‘কংগ্ৰেছ-আজমলৰ সপোনক বাস্তৱায়িত হ’বলৈ নিদিও৷’ আনহাতে ডিব্ৰুগড়ৰ নালিয়াপুলৰ গণেশ মন্দিৰত আশিষ লৈ দেওবাৰে উজনিলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে ডঃ হিমন্ত বিশ্ব শৰ্মা৷ আজি উজনিত ব্যাপক নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব ডঃ শৰ্মাই৷

আৰু পঢ়িব পাৰিব :ভোটাৰক সজাগতাৰ বাবে নিৰ্বাচন আয়োগৰ বিশেষ পদক্ষেপ

মৰাণ, সোণাৰি, থাওৰাত হিমন্ত বিশ্ব শৰ্মাৰ সভা অনুষ্ঠিত হ'ব৷ মাহমৰা, ডুমডুমাতো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ সভা৷ সন্ধিয়া তিনিচুকীয়াত পদযাত্ৰা কৰিব হিমন্ত বিশ্বই৷ এইবাৰ নিৰ্বাচনত বিজেপিৰ পুণ্য উদ্যমী ৰূপত দেখা গৈছে অসমৰ প্ৰভাৱশালী নেতাগৰাকীক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ