--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিজেপিক কঠোৰভাৱে সমালোচনা কৰে৷ আৰক্ষীয়ে কৰা এনকাউণ্টৰক প্ৰথমবাৰলৈ মুখ খুলিলে বিধায়কগৰাকীয়ে৷ ৰাজ্যত এনকাউন্টাৰ বন্ধ হ'ব লাগিব বুলি দাবী শিৱসাগৰৰ বিধায়কগৰাকীৰ৷ তেওঁৰ মতে, কেৱল সংখ্যালঘু মানুহকে আৰক্ষীয়ে এনকাউন্টাৰ কৰা নাই৷ বিধায়কগৰয়কীৰ নিজ সমষ্টিৰ ভূপেন বৰুৱা নামৰ অভিযুক্ত এজনকো আঘাতপ্ৰাপ্ত কৰিছে৷ এনেদৰে এনকাউন্টাৰ বা গুলিওৱাটো ভাল কথা নহয় বুলি মন্তব্য অখিলৰ৷

আনহাতে এনকাউন্টৰ কৰাৰ ওপৰত এক তদন্ত হ'ব লাগে বুলিও প্ৰকাশ কৰে তেওঁ৷ 'শিৱসাগৰৰ সাংবাদিকক গুলীয়াই মৰাৰ ভাবুকি প্ৰদান কৰিছে৷ সাংবাদিকো এতিয়া সুৰক্ষিত নহয়' এইয়া এক দুৰ্ভাগ্যজনক আখ্যা অখিলৰ৷ এইয়া একনায়ত্ববাদ ফেচীবাদ বুলি মন্তব্য তেওঁৰ৷ বিজেপিৰ এই কাৰ্যৰ বাবে অখিল সদায় বিৰোধীতা কৰি যাব৷ অখিল সদায় অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে আছে বুলিও মন্তব্য কৰে৷ ড্ৰাগছ বিৰুদ্ধে অভিযানৰ বিষয়ে মন্তব্য কৰি তেওঁ কয় ড্ৰাগছ বিৰোধী অভিযান চলি আছে কিন্ত ছেইনডাল এতিয়াও নাইকিয়া কৰিব পৰা নাই৷ আনহাতে বানপানী আৰু গৰাখহনীয়া বিষয় আজি বিধানসভাত উত্থাপন কৰিব বুলিও কয় তেওঁ৷ 'মোৰ ৬ টা প্রশ্ন ৰিজেকট কৰা হৈছে৷' তাৰউপৰিও পৰেশ বৰুৱা আলোচনা মাজলৈ আহিবলৈ আহ্বান অখিল গগৈৰ ৷ অসমত শান্তিৰ পৰিবেশ গঢ়ি তুলিব লাগে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ