--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ প্রশাসনে দেশখনৰ অনুপ্ৰৱেশকাৰীসকল আৰু বিদেশী নাগৰিকসকলৰ ক্ষেত্ৰত নতুন পদক্ষেপ গ্রহণ কৰিছে। সেই অনুসৰি দেশখনৰ সকলো অনুপ্ৰৱেশকাৰী আৰু বিদেশী নাগৰিকে এতিয়াৰে পৰা তেওঁলোকৰ নাম চৰকাৰীভাৱে পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে।

যিসকল বিদেশী লোকে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ অনুমতি নোলোৱাকৈ আৰু যোগাযোগ নৰখাকৈ আমেৰিকাত বাস কৰি আছে, তেওঁলোকে এতিয়া চৰকাৰৰ সৈতে পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ'ব, অন্যথা তেওঁলোকে অপৰাধমূলক শাস্তিৰ সন্মুখীন হ'ব।

আনকি, যিসকল বৈধ প্ৰব্ৰজনকাৰীয়ে ইতিমধ্যেই চৰকাৰী কৰ্তৃপক্ষৰে পঞ্জীয়ন কৰিছে, তেওঁলোকেও সকলো সময়ৰ বাবে পঞ্জীয়নৰ প্ৰমাণ-পত্ৰ নিজৰ লগত ৰাখিব লাগিব। সকলো অপঞ্জীভুক্ত বিদেশীয়ে আমেৰিকাত এই নিয়ম মানি চলিব লাগিব। এই সন্দৰ্ভত মার্কিন প্রশাসনে বিদেশী প্ৰব্ৰজনকাৰীসকলৰ বাবে এখন পঞ্জীয়ন প্র-পত্ৰ আৰু প্ৰক্ৰিয়া মুকলি কৰিছে। ইউ এছ চি আই এছত বিদেশী প্ৰব্ৰজনকাৰীসকলে এটা অনলাইন একাউণ্ট খুলি পঞ্জীয়ন প্রক্রিয়া কৰিব লাগিব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ