--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰসাল সুমিষ্ট ফলৰ ভিতৰত আনাৰস অন্যতম৷ আনাৰসৰ টেঙা-মিঠা সোৱাদ সকলোৰে প্ৰিয়৷ গৰমকালি পকী থকা আনাৰস এটা দেখিলে জিভাৰ পানী নপৰা মানুহ যেন নায়েই৷ গুণগতমানৰ পৰাও ইয়াক ফলৰ ৰজা বুলিব পাৰি৷ ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আৰু এন্য পোষক তত্ত্ব পোৱা যায়, যি আমাৰ শৰীৰৰ কাৰণে অতি উপকাৰী৷ আনাৰসৰ জুচ শৰীৰৰ কাৰণে অতি লাভদায়ক৷ মেটাবলিজম আৰু ইমিউনিটি ধৰি ৰখাটো ই সহায় কৰে৷ কিন্তু আপুনি জানেনে ইয়াৰ অতিমাত্ৰা সেৱনেও অপকাৰ সাধন কৰিব পাৰে৷

আনাৰসৰ অত্যধিক সেৱনে কি কি ক্ষতি কৰিব পাৰে জানি লওক

[১] আনাৰসত শৰ্কৰাৰ পৰিমাণ অধিক হোৱা হেতুকে ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে৷

[২] অতিমাত্ৰা আনাৰস খালে দাঁত কোমল হৈ যায়, যাৰ ফলত দাঁত সৰা, দাঁতৰ সিৰসিৰণিৰ সমস্যা হ’ব পাৰে৷

[৩] আনাৰসত প্ৰচুৰ পৰিমাণে ভিটামিন-চি পোৱা যায়, সেয়েহে অতিমাত্ৰা আনাৰস সেৱন কৰিলে ডায়েৰিয়া, বমি, পেটৰ বিষ, বুকু জ্বলা-পোৰা আদি হ’ব পাৰে৷

[৪] গৰ্ভৱতী মহিলাই অত্যধিক সেৱন কৰিলে গৰ্ভাশয় সংকোচন হয়, যাৰ ফলত গৰ্ভপাত হোৱাৰ সম্ভাৱনা থাকে৷

[৫] বহুত লোকৰ আনাৰস খোৱাৰ বাবে এলাৰ্জি হোৱা দেখা যায়৷ অতিমাত্ৰা আনাৰস খালে ওঁঠ, মুখ, ডিঙি, জিভা আদিৰ খজুৱতি হ’ব পাৰে৷

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ