--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে ৰক্তচাপ স্বাভাৱিক কৰি ৰখাটো গুৰুত্বপূৰ্ণ। যদি ৰক্তচাপ বৃদ্ধি বা কমি যায় তেন্তে বহুতো গুৰুতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। সাধাৰণতে আমি হাই বি পিৰ কথা কওঁ, কিন্তু কম ৰক্তচাপৰ বলি হোৱা বহু লোক আছে। স্বাভাৱিক ৰক্তচাপ ১২০/৮০ৰ ওচৰত থাকে, কিন্তু ৯০/৬০ ত উপনীত হ’লে ৰক্তচাপ কমি যায়। হাইপ’টেনচনৰ সমস্যাৰ সৃষ্টি হোৱাটো চিন্তাৰ বিষয়। এনে পৰিস্থিতিত আপোনাৰ হৃদযন্ত্ৰ, মগজু, বৃক্ক আৰু হাওঁফাওঁত বিৰূপ প্ৰভাৱ পৰে।

বি পি কম হ’লে এইবোৰ খাব লাগে

১) কফি- বি পি কম হ’লে লগে লগে কফি খাব লাগে কাৰণ ইয়াত থকা কেফেইনে বি পি স্বাভাৱিকলৈ বৃদ্ধি কৰিব আৰু লগে লগে সকাহ পাব।

২/ নিমখ- নিম্ন ৰক্তচাপত আক্ৰান্ত লোকে নিমখ খাব লাগে। নেমুৰ পানী বা যিকোনো গজালি ওলোৱা মাহৰ লগত মিহলাই খাব পাৰে। ইয়াৰ ফলত আপোনাৰ শৰীৰে তৎক্ষণাত শক্তি লাভ কৰিব।

৩/ আলমণ্ড- আলমণ্ডৰ উপকাৰিতাৰ বিষয়ে আমি সকলোৱে জানো, কিন্তু আপুনি জানেনে যে ইয়াৰ দ্বাৰা নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ বাবে ৰাতি পানীত কিছু আলমণ্ড উতলাই ঠাণ্ডা কৰি পিহি খাব লাগে আৰু লগতে পানীও খাব লাগে। ইয়াৰ ফলত বি পি স্বাভাৱিক হৈ পৰিব।

৪/ পানী- যদি আপোনাৰ শৰীৰত পানীৰ অভাৱ হয় তেন্তে ই ৰক্তচাপ হ্ৰাস কৰিব পাৰে। সাধাৰণতে স্বাস্থ্য বিশেষজ্ঞসকলে দৈনিক কমেও ২-৩ লিটাৰ পানী খাব লাগে বুলি পৰামৰ্শ দিয়ে। শৰীৰটো জলসিঞ্চিত কৰি ৰাখিবলৈ নাৰিকল বা নেমুৰ পানীও খাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ