--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে দিল্লীৰ আপৰ চৰকাৰখনক এটা গুৰুতৰ বিষয় লৈ আক্ৰমণৰ লক্ষ্য কৰি লয়। 

এদল ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰাৰ সময়ত প্রধানমন্ত্রী মোদীয়ে অভিযোগ কৰে যে চৰকাৰখনে নিজৰ প্ৰতিচ্ছবি জনসাধাৰণৰ মাজত অক্ষুণ্ণ ৰাখিবলৈ ব'ৰ্ডৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ নিশ্চিতি প্রদান কৰা ছাত্ৰ-ছাত্ৰীসকলকহে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ উত্তীর্ণ কৰে।

প্রধানমন্ত্রী মোদীয়ে কয় যে দিল্লীত নৱম শ্ৰেণীত যিসকল ছাত্র-ছাত্রীয়ে দুর্বল প্রদর্শন আগবঢ়াই তেওঁলোকক দশম শ্ৰেণীলৈ উন্নীত কৰা নহয়। যিসকল ছাত্র-ছাত্রীয়ে ব'ৰ্ডৰ পৰীক্ষাত উত্তীর্ণ হ'ব বুলি নিশ্চিতি প্রদান কৰে, তেওঁলোককহে দিল্লী চৰকাৰে দশম শ্ৰেণীলৈ উন্নীত কৰে বুলি  অভিযোগ কৰে। 

দিল্লীৰ চৰকাৰৰ 'শিক্ষা মডেল' সফল হোৱাৰ বিষয়ত জাহিৰ কৰিবলৈ অৰবিন্দ কেজৰিৱালৰ আম আদমি পার্টিয়ে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে বুলি অভিযোগ কৰে প্রধানমন্ত্রী মোদীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ