--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যিকোনো ৰোগ তেজৰ দ্বাৰা ধৰা পেলাব পাৰি, কিন্তু আপুনি জানি আচৰিত হ’ব যে আপোনাৰ তেজৰ প্ৰকাৰে আপোনাৰ বিশেষত্বক ধৰা পেলাব পাৰি । জাপানীজ জ্যোতিষ বিজ্ঞান অনুসৰি এজন ব্যক্তিৰ তেজৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি তেওঁৰ জীৱনৰ মানদণ্ড নিৰ্ণয় কৰা হয়। 

আপুনি কোনটো ব্লাড গ্ৰুপৰ? আপোনাৰ কি কি গুণ আছে জানো আহক 

নিখুঁত বা পাৰফেক্ট

'A' ব্লাড গ্ৰুপৰ মানুহে নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ অক্ষম। আপোনালোকে এই কথাটো নিশ্চয় জানে যে ব্লাড গ্ৰুপ "A" থকা মানুহে কেৱল নিজৰ ব্লাড গ্ৰুপৰ মানুহকহে তেজ দিব পাৰে আৰু সেই গ্ৰুপৰ মানুহৰ পৰা তেজ লব পাৰে। ব্লাড টাইপ এ ৰোগীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এইসকল লোকে নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ অতি সংকোচ কৰে আপুনি 'A' ব্লাড গ্ৰুপৰ লোকক আপোনাৰ বাবে নিখুঁত বা পাৰফেক্ট বুলি গণ্য কৰিব পাৰে যদিহে আপুনি তেওঁলোকৰ ত্ৰুটিবোৰো বুজিব পাৰে।

জেদী আৰু অতি আৱেগিক

'B' ব্লাড গ্ৰুপৰ মানুহবোৰ যথেষ্ট জেদী কিন্তু ইয়াৰ সমান্তৰালভাৱে তেওঁলোক  আৱেগিক। তেওঁলোকো বৰ সৎ। লগতে, তেওঁলোক আনুগত্যশীল। ব্লাড গ্ৰুপ "B" ৰ ক্ষেত্ৰত সেই গ্ৰুপৰ লোকৰ পৰাহে তেজ দিব পাৰি আৰু লব পাৰি

আত্মকেন্দ্ৰিক

'O'ব্লাড গ্ৰুপৰ মানুহে শব্দ আৰু ঘটনাবোৰ সোনকালে পাহৰি যায়, যাৰ বাবে তেওঁলোকে কেতিয়াবা আনৰ সন্মুখত কঠিন পৰিস্থিতিৰ সৃষ্টি কৰে। "O" ব্লাড গ্ৰুপ থকা লোকক ইউনিভাৰ্চেল ডনাৰ বোলা হয়, অৰ্থাৎ যিকোনো ব্লাড গ্ৰুপৰ মানুহক তেওঁলোকে নিজৰ তেজ দিব পাৰে ।

ধনাত্মক

'AB'(এবি) ব্লাড গ্ৰুপত থকা লোকসকল অতি স্মাৰ্ট আৰু প্ৰতিভাশালী। তেওঁলোকে কম কথা কয়। ‘এবি’ ব্লাড গ্ৰুপ থকা লোকে যিকোনো ব্যক্তিৰ পৰা তেজ ল’ব পাৰে। ই এক বিৰল প্ৰকাৰৰ ব্লাড গ্ৰুপ,  যিসকল লোকৰ শৰীৰত এবি ব্লাড গ্ৰুপ থাকে তেওঁলোকক অতি স্মাৰ্ট আৰু জিনিয়াছ বুলি ক’ব পাৰি। তেওঁলোকে অতি কম কথা কয় আৰু তেওঁলোকৰ সামাজিক যোগাযোগ বেলেগৰ তুলনাত কম হয়। এওঁলোকৰ স্বভাৱৰ নেতিবাচক দিশবোৰৰ কথা ক’বলৈ গ’লে এক দিশৰ পৰা এইসকল লোকে কেৱল নিজৰ কথাহে চিন্তা কৰে আৰু একে সময়তে তেওঁলোকক নিৰ্ভৰযোগ্য বুলিও ক’ব নোৱাৰি। এই ৰক্তগোষ্ঠীৰ মানুহক তিনিটা শব্দত সংজ্ঞায়িত কৰিব পাৰি। অভিলাষী, অহংকাৰী আৰু ৰিস্ক লোৱা। এইসকল লোকে ৰিস্ক লোৱাৰ আগতে একেবাৰেই চিন্তা নকৰে, তেওঁলোকৰ কোনো ভয় নাথাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ