--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই অভিযান সাময়িকভাৱে বিৰতি দিয়া হৈছে, কিন্তু ভাৰতৰ সশস্ত্র বাহিনী অভিযানৰ বাবে সতর্ক হৈ আছে আৰু যিকোনো ভৱিষ্যতৰ আগ্ৰাসনৰ বাবে প্রস্তুত হৈ আছে।

ডিজিটেল ডেস্ক: পাকিস্তানৰ বিৰুদ্ধে 'অপাৰেশ্যন সিন্দূৰ ২.০' চলোৱাৰ বাবে ভাৰতে প্রস্তুতি চলাই আছে। দেশৰ মুখ্য সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কয় যে 'অপাৰেশ্যন সিন্দূৰ' বন্ধ হোৱা নাই, এই সামৰিক অভিযানৰ প্রক্রিয়া চলিয়েই আছে।


এই অভিযান সাময়িকভাৱে বিৰতি দিয়া হৈছে, কিন্তু ভাৰতৰ সশস্ত্র বাহিনী অভিযানৰ বাবে সতর্ক হৈ আছে আৰু যিকোনো ভৱিষ্যতৰ আগ্ৰাসনৰ বাবে প্রস্তুত হৈ আছে। 


ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমিৰ (এন ডি এ) ১৫০সংখ্যক পাঠ্যক্ৰমৰ পেৰেডত উত্তীৰ্ণসকলৰ বিষয়ত পৰ্যালোচনা কৰি জেনেৰেল দ্বিবেদীয়ে কয় যে ভাৰতীয় সেনা, বায়ু সেনা আৰু নৌ সেনাই যিকোনো সম্ভাব্য আক্ৰমণৰ বাবে প্রস্তুতি চলাই আছে। 


জেনেৰেল দ্বিবেদীয়ে ইয়াক 'অপাৰেশ্যন সিন্দূৰ ২.০' আখ্যা দিয়ে। সেনাধ্যক্ষজনে কয় যে তিনিও সেনাৰ একত্ৰিত সামৰিক শক্তিক অধিক শক্তিশালী কৰাত বৰ্তমান গুৰুত্ব দিয়া হৈছে আৰু ভৱিষ্যতৰ যুদ্ধক্ষেত্ৰৰ বাবে সাজু কৰা হৈছে।

উৎস: দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ