--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাশিফল অনুযায়ী কেনে যাব আপোনাৰ আজিৰ দিনটো? ১৬ মাঘ, দেওবাৰ, ইং ৩০ জানুৱাৰী- ২০২২ মেষ ৰাশি (অ,ল): মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ’ব। বিদ্যাৰ্থীসকলৰ শুভ হ’ব, লগতে কৰ্মব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। বৃষ ৰাশি( উ,ব,ই): বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু বাঢ়িব। সন্মান বাঢ়িব যদিও আজি সজাগ নহ’লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। মিথুন ৰাশি ( ক,ছ): মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব। প্ৰেম আৰু কৰ্মত শুভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়। কৰ্কট ৰাশি( ড,হ): কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব। উত্তম ভোজন লাভ কৰিব, লগতে সজাগ নহ’লে কৰ্মত নতুনকৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়। সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায়-সহযোগিতা লাভ কৰিব, আৰ্থিক দিশত শুভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মানসিক ক্লেষ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়। কন্যা ৰাশি (প,ঠ): কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন-সন্মান লাভ হ’ব। কৰ্মত পৰিশ্ৰম বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মিছা অপবাদ পোৱাৰ যোগ দেখা যায়। তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব। সম্পত্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। বৃশ্চিক ৰাশি (ন,য): বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আপোনজনৰ আগমন ঘটিব। মনৰ আশা পূৰণ হ’ব যদিও আজি আপুনি কৰ্মক্ষত্ৰত সজাগ হোৱাটো ভাল হ’ব। ধনু ৰাশি (ধ,ভ): ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ হ’ব। প্ৰেমত শুভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়। মকৰ ৰাশি (খ,জ): মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰু নাশ হ’ব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত এলাহ ভাব বাঢ়িব লগতে স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব। কুম্ভ ৰাশি(গ,শ,স): কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য বুদ্ধি ভ্ৰষ্ট হ’ব পাৰে লগতে মনৰ উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায়। মীন ৰাশি (দ,চ): মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনৰ ভয় / উদ্বিগ্নতাৰ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি