--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কোনো পৰীক্ষাগাৰৰ পৰা বিয়পা নাই কোভিড-১৯ মহামাৰী। বৰং বাদুলিৰ পৰা আন জীৱ-জন্তুৰ জৰিয়তে এই ৰোগ বিয়পাৰ পূৰ্ণ সম্ভাৱনা আছে। এইকথা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থা আৰু চীনৰ বিশেষজ্ঞই যুটীভাৱে চলোৱা এটা অধ্যয়নত এইকথা প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব : “NLFBত জড়িত আছে ৰাজনৈতিক নেতা” : সংবাদমেলত ভাস্কৰজ্যোতি মহন্ত

দ্য এছ’চিয়েট প্ৰেছে এই অধ্যয়নৰ বিষয়ে প্ৰকাশ কৰিছে। অধ্যয়নটোত লেবৰেটৰীৰ পৰা এই ভাইৰাছ বিয়পি পৰা বুলি কৰা ধাৰণাক নস্যাৎ কৰা হৈছে আৰু বাদুলীৰ পৰাই আন জীৱ-জন্তুৰ জৰিয়তে ই বিয়পি পৰাৰ সম্ভাৱনীয়তাৰ ওপৰত জোৰ দিয়া হৈছে।

আৰু পঢ়িব পাৰিব : জঘন্য ঘটনা : ধৰ্ষিতাক ধৰ্ষণকাৰীৰে বান্ধি উলিয়ালে সমদল

অৱশ্যে বহু প্ৰশ্নৰ উত্তৰ এই অধ্যয়নে দিব নোৱৰাৰ পৰিপ্ৰেক্ষিতত এই সম্পৰ্কত অধিক অনুসন্ধান তথা গৱেষণা কৰাৰ প্ৰয়োজনীয়তাৰ কথাও কোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ