--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২০২৫ বৰ্ষত কেইখনমান ব্যক্তিগত শিক্ষা অনুষ্ঠানে প্ৰথম বৰ্ষৰ অংক বিষয়ৰ প্ৰশ্নকাকত মোবাইল যোগে ভাইৰেল কৰিছিল তথা বিক্ৰী কৰাৰো অভিযোগ উঠিছিল।

ডিজিটেল ডেস্ক: অৱশেষত শিক্ষানগৰী পাঠশালাৰ প্ৰথমখন হায়াৰ ছেকেণ্ডাৰী শিক্ষানুষ্ঠান বজালী একাডেমী অৱ এক্সিলেন্সে পুনৰ ঘুৰাই পালে হেৰুৱা গৰিমা।


২০২৫ বৰ্ষত কেইখনমান ব্যক্তিগত শিক্ষা অনুষ্ঠানে প্ৰথম বৰ্ষৰ অংক বিষয়ৰ প্ৰশ্নকাকত মোবাইল যোগে ভাইৰেল কৰিছিল তথা বিক্ৰী কৰাৰো অভিযোগ উঠিছিল।


এই সন্দৰ্ভত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 'বজালী একাডেমী অৱ এক্সিলেন্স'ৰ অধ্যক্ষক তদন্তৰ আওতালৈ আনিছিল। 


কিন্তু অৱশেষত সকলো অভিযোগৰ পৰা এক নিৰ্দেশনা যোগে দোষমুক্ত ঘোষণা কৰিলে ৰাজ্যৰ শিক্ষা বিভাগে।


আৰক্ষী আৰু CIDৰ অনুসন্ধানৰ অন্তত কাউন্সিলে জনালে যে বজালী একাডেমী অৱ এক্সিলেন্সে কোনো কাৰণতে প্ৰশ্নকাকত ভাইৰেল সন্দৰ্ভত জড়িত নাছিল 


কালি শিক্ষা বিভাগে জাৰি কৰা ASSEB -11/R&P/BAR/C/25/2306 ( ১৩/০৩/২০২৬) নং অৰ্ডাৰৰ ভিত্তিত বজালী একাডেমী অৱ এক্সিলেন্সক দোষমুক্ত ঘোষণা কৰাৰ লগতে ২০২৬ বৰ্ষত পুনৰ পূ্ৰ্বৰ দৰে প্ৰথম বৰ্ষত নামভৰ্তি প্ৰক্ৰিয়া অব্যাহত ৰাখিব পাৰিব বুলি নিৰ্দেশনাত উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ