--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গোধনটো কাটি পেলোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছতে একাংশ ৰাইজে ধৰি লৈ উত্তম-মধ্যম শোধায়। মৃত গোধনটো কাটি পেলোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছতে একাংশ ৰাইজে ধৰি লৈ উত্তম-মধ্যম শোধায়।

ডিজিটেল ডেস্ক: শোণিতপুৰৰ ৰঙাপৰা অঞ্চলত সংঘটিত হোৱা এক ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। এজন ব্যক্তিয়ে এটা মৃত গোধন পুতি থোৱাৰ বিপৰীতে অতি গোপনে টুকুৰা টুকুৰকৈ কাটি বিক্ৰী কৰাৰ চেষ্টা চলাইছিল। 


বৰজুলি চাহ বাগিচাৰ অন্তৰ্গত ৰঙাপৰাৰ ৩ নং শ্ৰমিক লাইনৰ বাসিন্দা নিপেন ভূঁঞৰে মৃত গোধনটো পুতি থ'ব বুলি স্থানীয় ৰাইজক আশ্বাস দিছিল। কিন্তু পিছত তেওঁ উক্ত মৃত পশুধনটো টুকুৰা টুকুৰকৈ কাটি বিক্ৰী কৰাৰ যো-জা চলাইছিল। ইফালে ঘটনাৰ খবৰ পাই স্থানীয় ৰাইজ তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয়। 


ভূঁঞৰে মৃত গোধনটো কাটি পেলোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছতে একাংশ ৰাইজে ধৰি লৈ উত্তম-মধ্যম শোধায়। উল্লেখ্য যে হিন্দু সমাজত গোধনক পূজ্য হিচাপে গণ্য কৰা হয়। যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় লোকে এই কাৰ্যৰ তীব্ৰ ধিক্কাৰ জনায় আৰু ৰাইজে নিপেন ভূঁঞৰৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ