--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৭ জুলাই দেওবাৰৰ পৰা আৰম্ভ হৈছে জগন্নাথ ৰথযাত্ৰা। ৰথ যাত্ৰাৰ আজি দ্বিতীয়টো দিন। ওড়িশাৰ পুৰীত অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হয় পৃথিৱী বিখ্যাত এই ৰথ যাত্ৰা৷ প্ৰত্যেকবাৰৰ দৰে এইবাৰো ওড়িশাৰ পুৰীত অতি ধূমধামেৰে আয়োজন কৰা দেশৰ অটাইতকৈ বৃহৎ এই ধৰ্মীয় উৎসৱলৈ বহু ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে৷ 

ওড়িশাৰ পুৰীত জগন্নাথ ৰথযাত্ৰা আৰম্ভ হোৱাৰ লগে লগে দেশৰ ভিন্ন প্ৰান্তৰ লগতে বিদেশতো ৰথযাত্ৰা কৰা হয়।

এই ৰথযাত্ৰাৰ সময়তে বাংলাদেশত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। বিদ্যুৎস্পৃষ্ট হৈ পাঁচজন লোকৰ মৃত্যু ঘটিছে। এনে এক মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে বাংলাদেশৰ বগুড়া জিলাত। আহতৰ সংখ্যা প্ৰায় ৩০ জন।

জানিব পৰা মতে জগন্নাথ দেৱৰ ৰথ বগুড়া চহৰৰ সেউজগাড়ী আমতলী এলাকা পাৰ হৈ যাওঁতেই বিদ্যুতৰ তাঁৰডালৰ সংস্পৰ্শত আহি যোৱাৰ বাবে সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক