--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অঞ্চলটোত দিনক দিনে বৃদ্ধি পোৱা ড্ৰাগছ আসক্তিৰ কুফলৰ বাবেই এইধৰণৰ চুৰিকাণ্ড সঘনাই সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

ডিজিটেল ডেস্ক: বৰক্ষেত্ৰীৰ আদাট্টাৰীস্থিত নৱৰাত্ৰি দুৰ্গা মন্দিৰত এক চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হৈছে। চোৰে মন্দিৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি প্ৰায় এক লক্ষাধিক মূল্যৰ বহুমূলীয়া সামগ্ৰী চুৰি কৰি লৈ যায়।


এই জঘন্য ঘটনাৰ পিছতে স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। অঞ্চলটোত দিনক দিনে বৃদ্ধি পোৱা ড্ৰাগছ আসক্তিৰ কুফলৰ বাবেই এইধৰণৰ চুৰিকাণ্ড সঘনাই সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।


ঘটনাৰ সন্দৰ্ভত মুকালমুৱা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। অঞ্চলটোত শান্তি-শৃংখলা বৰ্তাই ৰখাৰ স্বাৰ্থত ড্ৰাগছ আসক্ত তথা চোৰৰ বিৰুদ্ধে প্ৰশাসনক অতিশীঘ্ৰে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে সজোৰে দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ