--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দেৱদত্ত প্রিয়দর্শিনী (ভুৱনেশ্বৰ), হৰ্ষিত সিংঘল (মান্দি গোবিন্দগড), কবীৰ চিল্লাৰ (দিল্লী) আৰু সন্দীপ কোচি (হায়দৰাবাদ) এই অলিম্পিয়াডত ভাৰতৰ হৈ অংশগ্ৰহণ কৰি সোণৰ পদক অর্জন কৰে।

ডিজিটেল ডেস্ক: দুসপ্তাহতকৈ কম সময়ৰ ভিতৰত দুটা ভাৰতীয় হাইস্কুলৰ শিক্ষাৰ্থীৰ দলে আন্তঃৰাষ্ট্ৰীয় ৰসায়ন আৰু জীৱবিজ্ঞান অলিম্পিয়াডত চমকপ্রদ প্রদর্শন কৰিবলৈ সক্ষম হয়। উজবেকিস্তানত অনুষ্ঠিত ৫৮ সংখ্যক ৰয়াসন বিজ্ঞান অলিম্পিয়াডত ভাৰতীয় শিক্ষাৰ্থীৰ দলটোৱে ৪টা সোণৰ পদক অর্জন কৰে। 


দেৱদত্ত প্রিয়দর্শিনী (ভুৱনেশ্বৰ), হৰ্ষিত সিংঘল (মান্দি গোবিন্দগড), কবীৰ চিল্লাৰ (দিল্লী) আৰু সন্দীপ কোচি (হায়দৰাবাদ) এই অলিম্পিয়াডত ভাৰতৰ হৈ অংশগ্ৰহণ কৰি সোণৰ পদক অর্জন কৰে। 


আনহাতে, ৩৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় জীৱবিজ্ঞান অলিম্পিয়াডত লিথুৱানিয়াত ভাৰতীয় দলটোৰ চাৰিজন শিক্ষার্থীৰ এজনে সোণৰ আৰু তিনিজনে ৰূপৰ পদক লাভ কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সফলতা লাভ কৰা ভাৰতীয় শিক্ষার্থীসকলক অভিনন্দন জ্ঞাপন কৰে আৰু কয় যে এই যুৱ শিক্ষার্থীসকলে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ