--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহি আছে ২০২৫ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ। ধৰ্মীয় দৃষ্টিকোণৰ পৰা সূৰ্যগ্ৰহণক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। সূৰ্যগ্ৰহণ এক জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা।সূৰ্য, চন্দ্ৰ আৰু পৃথিৱী আংশিকভাৱে বা সম্পূৰ্ণভাৱে এক হৈ থাকিলে সূৰ্যগ্ৰহণ হয় । চন্দ্ৰ, সূৰ্য আৰু পৃথিৱীৰ মাজেৰে পাৰ হ’লে এনে হয় । চন্দ্ৰৰ ছাঁ সূৰ্যৰ ওপৰত পৰি পৃথিৱীৰ কিছু অংশত সূৰ্যৰ পোহৰ পোৱাত বাধা দিয়ে । ইয়ে সূৰ্যগ্ৰহণ । চন্দ্ৰৰ ছাঁ পৰাৰ ফলত সূৰ্যক পৃথিৱীৰ পৰা দেখিবলৈ আন্ধাৰ যেন লাগে । 

২০২৫ চনৰ ২৯ মাৰ্চ শনিবাৰে সংঘটিত হ’ব এই বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ।পুৱা ৮ঃ৫০ বজাৰ পৰা দুপৰীয়া ১২ঃ৪৩ বজালৈ লাগিব সূৰ্যগ্ৰহণ ৷

How To Watch Total Solar Eclipse Without Damaging Your Eyes

ক'ত দেখা যাব এই সূৰ্যগ্ৰহণ ?

আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ তথ্য অনুসৰি বছৰৰ প্ৰথমটো সৌৰজ্বল বহু মহাদেশত দেখা যাব । উত্তৰ গোলাৰ্ধত অৱস্থিত হোৱাৰ বাবে ইউৰোপীয়সকলে ইয়াক চাব পাৰিব । ইয়াৰ উপৰিও উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড, আইচলেণ্ড, উত্তৰ আটলাণ্টিক মহাসাগৰ আৰু উত্তৰ-পশ্চিম ৰাছিয়াতো ই দৃশ্যমান হ’ব । নাছাৰ মতে, এই দৃশ্য উত্তৰ আমেৰিকাৰ পূব অঞ্চলত আটাইতকৈ ভালকৈ দেখা যাব । অৱশ্যে বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ ভাৰতত দেখা নাযাব ।
Partial solar eclipse on March 29, to be visible in these continents |  Latest News India - Hindustan Times

২০২৫ বৰ্ষৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ কেতিয়া?

২০২৫ চনত মুঠ দুটা সূৰ্যগ্ৰহণ হ’ব । প্ৰথমটো ২৯ মাৰ্চত আৰু দ্বিতীয়টো ২১ ছেপ্টেম্বৰত হ’ব । দ্বিতীয়টো বিশেষকৈ অষ্ট্ৰেলিয়া, এন্টাৰ্কটিকা, আৰু প্ৰশান্ত মহাসাগৰকে ধৰি দক্ষিণ গোলাৰ্ধত দেখা যাব ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ