--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্ক: দেশত বৃদ্ধি হ’ব চেনিৰ দাম৷ নিত্য ব্যৱহাৰ্য্য আন আন  সামগ্ৰীৰ লগতে গ্ৰাহকে বৰ্ধিত মূল্যত ক্ৰয় কৰিবলাগীয়া হ’ব চেনি৷ শেহতীয়া তথ্য অনুসৰি বৰ্ধিত উৎপাদন ব্যয়ৰ বাবে লোকচানৰ সন্মুখীন হৈ আহিছে উদ্যোগসমূহ সেয়ে চৰকাৰৰ পৰা তাৎক্ষণিক সহায়ৰ আহ্বান জনাইছে ইণ্ডিয়ান চুগাৰ এণ্ড বায়’-এনাৰ্জী মেনুফেকচাৰ্ছ এছচিয়েচনে৷  

মঙলবাৰে ইণ্ডিয়ান চুগাৰ এণ্ড বায়’-এনাৰ্জী মেনুফেকচাৰ্ছ এছচিয়েচন এক বিবৃতিত কয় যে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা চেনিৰ মূল্য প্ৰতি কিলোগ্ৰামত ৩১ টকাকৈ অপৰিৱৰ্তিত হৈ আছে৷

ইণ্ডিয়ান চুগাৰ এণ্ড বায়’-এনাৰ্জী মেনুফেকচাৰ্ছ এছচিয়েচন মিলসমূহত বৃদ্ধি পোৱা উৎপাদন ব্যয়ৰ বাবে প্ৰতি কেজি চেনিৰ নূন্যতম বিক্ৰী মূল্য প্ৰতি কেজি ৩১ টকাৰ পৰা ৩৯.১৪ টকালৈ বৃদ্ধি কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে৷

আই.এছ.এম.এ জনোৱা মতে যিহেতু বিগত পাঁচ বছৰত কুঁহিয়াৰ এফ.আৰ.পি পাঁচগুণ বৃদ্ধি পাইছে, ২০২৪-২৫ বৰ্ষত এফ আৰ পি প্ৰতি কুইণ্টলত ৩৪০ টকা হৈছে। এনে পৰিপ্ৰেক্ষিতত চেনিৰ মূল্য বৃদ্ধিৰ সম্ভাৱনা অধিক হৈ পৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ