--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত আকৌ বিবাহ বিচ্ছেদৰ খবৰ৷ এইবাৰ জনপ্ৰিয় অভিনেতা গোবিন্দাৰ সংসাৰৰ খবৰ পোহৰলৈ আহিছে৷ বিবাহৰ ৩৭ বছৰৰ পাছত পত্নী সুনীতাৰ সৈতে বিবাহ বিচ্ছেদ কৰিবলৈ সাজু হৈছে গোবিন্দা৷ এই খবৰ এতিয়া বনজুইৰ দৰে বিয়পি পৰিছে আৰু সকলো হতভম্ব হৈ পৰিছে৷ 

১৯৮৭ চনত গোবিন্দ আৰু সুনীতাৰ বিয়া হৈছিল৷ দুয়ো দুটা সন্তানৰ পিতৃ-মাতৃ হয়। সঘনাই হোৱা কাজিয়াৰ বাবে বিবাহ বিচ্ছেদ হ’বলৈ গৈ আছে বুলি জানিব পৰা গৈছে। কেৱল এয়াই নহয়, বহুতে দাবী কৰিছে যে অভিনেতাজনৰ এগৰাকী ৩০ বছৰীয়া মাৰাঠী অভিনেত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছে। এই সন্দৰ্ভত এতিয়ালৈকে মুখ খোলা নাই গোবিন্দ আৰু সুনীতাই৷

কিছুদিনৰ আগতে সুনীতাই এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে তেওঁ নিজৰ সন্তানৰ সৈতে এটা পৃথক এপাৰ্টমেণ্টত থাকে, গোবিন্দৰ সৈতে নাথাকে। একেটা ৰাস্তাতে অন্য এটা বাংলোত থাকে অভিনেতাগৰাকী। ইয়াৰ পৰাই বুজিব পাৰি যে দুয়োৰে মাজত সম্পৰ্ক ঠিকে থকা নাই।

অৱশ্যে বিবাহ বিচ্ছেদৰ কথাকলৈ আনুষ্ঠানিকভাৱে এগৰাকীও এতিয়ালৈ মুখ খোলা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ