--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : কেবিনেটৰ সিদ্ধান্ত অনুসৰি যেতিয়াই আন্তঃজিলা খোলা হ’ব, তেতিয়াৰেপৰাই বাছৰ ভাৰা বৃদ্ধি হ’ব ৫০ শতাংশ৷ পুনৰবাৰ সাধাৰণ জনতাৰ ওপৰত মাধমা শোধাইছে বিজেপিৰ নেতৃত্বাধীন চৰকাৰে৷ দুগুন ভাৰা পৰিশোধ কৰিব লাগিব খাঁটিখোৱা জনতাই৷ নিৰ্বাচনৰ আগত বৰ্তমান নেতৃত্বাধীন চৰকাৰখনে জনতাৰ হকে কাম কৰিব বুলি মন্তব্য কৰিছিল৷ কিন্তু সময়ত ইয়াৰ বিপৰীত ছবি পৰিলক্ষিত হ’ল৷

এই দুগুন ভাৰা যাত্ৰীয়ে পৰিশোধ কৰিব নে নকৰে সেয়া লৈ উদয় হৈছে নতুন প্ৰশ্নৰ৷ ‘প্ৰাগ নিউজ’ৰ সাংবাদিকে এই সন্দৰ্ভত যাত্ৰীক কৰা প্ৰশ্নৰ উত্তৰত নানান মন্তব্য আগবঢ়ায় যাত্ৰীয়ে৷ কাৰোবাৰ মতে যদি দাম বৃদ্ধি কৰাটো চৰকাৰৰ ভুল সিদ্ধান্ত৷ আন কাৰোবাৰ মতে আকৌ চৰকাৰৰ হাতত অন্য পন্থা নাই৷ আন কোনোবাই আকৌ ক্ষুব্ধ হৈ কয়, 'বিজেপি চৰকাৰে সাধাৰণ জনতাৰ চৰকায় নহয়৷

খাঁটি খোৱা জনতাক সকলো ফালৰ পৰা জটিলত পেলাইছে৷' চৰকাৰৰ পৰিৱৰ্তনশীন নীতিতনে মূল্য বৃদ্ধিৰ নীতি চৰকাৰে অৱলম্বন কৰিছে বুলি প্ৰশ্ন কৰে বহুতেই৷ আন্তঃজিলাৰ যাতায়াত ব্যৱস্থা খোলাৰ পাছতহে চৰকাৰৰ পদক্ষেপ লক্ষ্যণীয় হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ