--°C
Loading...
Listen to Article
2 min read
80%

ৰায়পুৰ : অন্তঃকন্দলত জৰ্জৰিত হৈ পৰিছে ছত্তিশগড় কংগ্ৰেছ চৰকাৰ। শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ভূপেশ বাঘেলাক পদৰ পৰা অপসাৰণ দাবী তীব্ৰতৰ হৈ উঠিছে স্বয়ং মন্ত্ৰীসভাৰ সদস্যৰ পৰাই। ইয়াৰ মাজতে শুকুৰবাৰে ভূপেশ বাঘেলাক সাক্ষাৎ কৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে।

বাঘেলাৰ প্ৰতিদ্বন্দী টি এছ সিংদেও ‍উপস্থিত থাকে দিল্লীৰ এই বৈঠকত। উল্লেখ্য যে বাঘেল মন্ত্ৰীসভাৰ একাংশ বিসম্বাদী সদস্যই বিছাৰিছে টি এছ সিংদেওক পৰিবৰ্তিত মুখ্যমন্ত্ৰী হিচাপে। ছত্তিশগড়ৰ ৰাজনৈতিক সংঘাটৰ অৱসান ঘটোৱাৰ দায়িত্ব অৰ্পণ কৰিছে জ্যেষ্ঠ নেতা কে চি বেণুগোপালক।

ৰাহুল গান্ধীৰে হোৱা এই বৈঠকত ‍উপস্থিত থাকে প্ৰিয়ংকা গান্ধীয়ো। বেণুগোপালকো সাক্ষাৎ কৰে বাঘেলে। ২.৫ পদ্ধতি অনুসৰি মুখ্যমন্ত্ৰী সলনিৰ বাবে দাবী উত্থাপন হৈছে ছত্তিশগড় কংগ্ৰেছত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ