--°C
Loading...
Listen to Article
2 min read
80%

নিউয়ৰ্ক : বিবাহ বিচ্ছেদৰ ঘোষণা বিল গেটছ আৰু মেলিণ্ডাৰ। ২৭ বছৰজোৰা যুগ্ম জীৱন কটোৱাৰ পাছত বিচ্ছেদৰ কথা ঘোষণা কৰিলে বিশ্বৰ অন্যতম ধনাঢ্য দম্পতীটোৱে। আজি আনুষ্ঠানিকভাৱে তেওঁলোকে বিবাহ বিচ্ছেদৰ কথা সদৰি কৰিছে।

আৰু পঢ়িব পাৰিব : দেশলৈ ওভতাত নিষেধাজ্ঞা : প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ তাৰকাৰ


এক বিবৃতিযোগে গেটছ দম্পতীয়ে সদৰি কৰিছে যে, ‘‘বহু আলোচনা-পৰ্যালোচনাৰ পাছত আমি দুয়ো বিবাহ বিচ্ছেদৰ সিদ্ধান্তত উপনীত হৈছোঁ। বিগত ২৭বছৰত আমি তিনিওটা সন্তানকে ভালদৰে ডাঙৰ দীঘল কৰিছোঁ। আমি এটা ফাউণ্ডেচনো স্থাপন কৰিছোঁ। ইয়াৰ মাধ্যমেৰে বহু মানুহৰ উপকাৰ হ’ব বুলি আমাৰ বিশ্বাস। আমাৰ আৰু কিছুমান লক্ষ্য আছে। সেইখিনি পূৰণ কৰিবলৈ আমি একেলগে কাম কৰিম। কিন্তু এতিয়াৰ পৰা আমি আৰু স্বামী-স্ত্রী হিচাপে নাথাকোঁ। আমি নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছোঁ।’

আৰু পঢ়িব পাৰিব : ইংলেণ্ডত বৃহৎ বিনিয়োগ কৰিব ছিৰাম ইনষ্টিটিউটে


১৯৮৭চনত নিউয়র্কত মেলিণ্ডাৰ সৈতে সাক্ষাৎ হৈছিল বিল গেটছৰ। সিদিনা গেটছে মেলিণ্ডাক নিজৰ বাহনেৰে ফুৰাবলৈ লৈ গৈছিল। লাহে লাহে তেওঁলোকৰ ঘনিষ্ঠতা বৃদ্ধি পাবলৈ ধৰে। তাৰ পাছত প্ৰেম আৰু অৱশেষত দুয়োৰে অনুমতিত ১৯৯৩ত এই প্ৰেমে আনুষ্ঠানিকতা পাইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ