--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই :  বিশিষ্ট সংগীতজ্ঞ তথা সংগীত পৰিচালক বাপ্পী লহিৰিৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ৰ উপস্থিতি৷ বৰ্তমান তেওঁ মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷

আৰু পঢ়িব পাৰিব : ভোটাৰক আকৃষ্ট কৰিবলৈ আকৰ্ষণীয় ৰূপত সজোৱা হৈছে এটি ভোটকেন্দ্ৰ

সংগীতজ্ঞগৰাকীৰ তৰফৰপৰা যিসকল লোক তেওঁৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকক অতি সোনকালে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ লগতে সোনকালে আৰোগ্য লাভ কৰিবলৈ প্ৰাৰ্থনা কৰে৷ অৱশ্যে তেওঁ বৰ্তমান সুস্থ বুলিয়ে প্ৰকাশ কৰে৷

আৰু পঢ়িব পাৰিব : ৰাজ্যৰ কেইবাটাও ভোট কেন্দ্ৰত বিকল ইভিএম! যমুনামুখত উদ্ধাৰ ইভিএম

আনহাতে, বাপ্পী লহিৰিৰ উপৰি বলীউডৰ কেইবাগৰাকীও তাৰকাৰ দেহত বিগত মাহত ধৰা পৰিছিল ক'ভিড-১৯ৰ উপস্থিতি৷ আমিৰ খান, ৰণবীৰ কাপুৰ, কাৰ্তিক আৰিয়ান আদিকে বহু কেইজনৰ দেহত ধৰা পৰিছিল কৰ’না মহামাৰীৰ উপস্থিতি৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ