--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া আৰু তেওঁৰ পত্নী চিনাম্মা আক্রান্ত হৈছে ক’ভিড–১৯ত৷ টুইটযোগে এইকথা প্ৰকাশ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ বৰ্তমান দুয়োগৰাকীয়ে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ দিয়ে৷

আৰু পঢ়িব পাৰিব : তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত উদ্ধাৰ মৃতদেহ : আজিকোপতি হোৱা নাই তদন্ত

ক'ভিড আক্ৰান্ত বুলি ধৰা পৰাৰ পাছতে এইচ ডি দেৱগৌড়া আৰু তেওঁৰ পত্নী চিনাম্মায়ে নিজকে পৰিয়ালৰ অন্য সদস্যৰ পৰা আছুতীয়াকৈ ৰাখে৷ তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোনযোগে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱাৰ বাবে ধন্যবাদ জনাই দেৱগৌড়াই৷

আৰু পঢ়িব পাৰিব : ড্ৰাগছ কাণ্ডত জড়িত অভিনেতা এজাজ খান!

লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে তেওঁলোকৰ পৰিয়ালৰ সংস্পৰ্শলৈ অহা সকলো লোককে ক’ভিড পৰীক্ষা কৰিবলৈ আহ্বান কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ