--°C
Loading...
Listen to Article
2 min read
80%

মস্কো: মধ্য ৰাছিয়াৰ পাৰ্ম ষ্টেট ইউনিভাৰ্চিটীৰ চৌহদত সোমবাৰে ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়। ছাত্ৰ-ছাত্ৰীৰ ওপৰত হোৱা মুকলি আক্ৰমণত আঠগৰাকী লোক নিহত হোৱাৰ লগতে বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰী আহত হয় বুলি ৰাছিয়াৰ অনুসন্ধানকাৰী সমিতিয়ে দিয়া তথ্যত জানিব পৰা গৈছে৷

মস্কোৰ পৰা প্ৰায় ১,৩০০ কিলোমিটাৰ আঁতৰত থকা বিশ্ববিদ্যালয়খনত এজন অস্ত্ৰধাৰী ছাত্ৰই গুলীচালনাৰ কৰা বুলি নিশ্চিত কৰা হয়৷ আনহাতে, এই আক্ৰমণত জড়িত থকা ছাত্ৰজনক আটক কৰাৰ সময়ত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। আক্ৰমণকাৰীৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে চৌহদৰ অট্টালিকাৰ পৰা জপিওৱা পৰিলক্ষিত হৈছে।

পাৰ্ম ষ্টেট ইউনিভাৰ্চিটী

উল্লেখ্য যে, ২০২১ চনৰ মে’ মাহত এগৰাকী ১৯ বছৰীয়া বন্দুকধাৰী যুৱকে মধ্য ৰাছিয়াৰ কাজান চহৰৰ পুৰণি বিদ্যালয়ত গুলীচালনা কৰাৰ ফলত ৯জন লোক নিহত হৈছিল। ইয়াৰ পাছতে পুনৰ আজিৰ আক্ৰমণৰ ঘটনাই সকলোকে শংকিত কৰা পৰিলক্ষিত হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক