--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : লেখক ষ্টেন লী আৰু ষ্টিভ ডিটকোৰ দ্বাৰা নিৰ্মিত স্পাইডাৰমেন হলিউডৰ এখন ছুপাৰহিট চিনেমা। চিনেমাখনত মুখ্য চৰিত্ৰত অভিনয়  হিৰ' টবি মাগুৱেৰ  কাৰ্যকলাপসমূহ সেইসময়ত শিশুৰ পৰা বৃদ্ধলৈকে দেখি আপ্লুট হৈছিল। কিন্তু এইবাৰ ৰিল লাইফত নহয় ৰিয়েল লাইফত এগৰাকী কিশোৰীয়ে কৰা কাৰ্যকলাপ দেখি এতিয়া সকলো হতভম্ব।

কিয়নো মাত্ৰ ৫ বছৰৰ কিশোৰী গৰাকীয়ে চিনেমাৰ স্পাইডাৰমেনৰ দৰে অনায়সে বগাব পাৰে দেৱাল, কোনো সুৰক্ষা সজুলি অবিহনে কিশোৰীগৰাকীয়ে দেৱাল বগোৱা কাৰ্যক দেখি এতিয়া সকলোৱে তেওঁক ৰিয়েল লাইফৰ স্পাইডাৰমেন বুলি অভিহিত কৰিছে।


কিশোৰীগৰাকীৰ এটা ভিডিঅ' ক্লিপ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ৫৫ ছেকেণ্ডৰ ভিডিঅ' টোত কিশোৰী গৰাকীক দেখা গৈছিল যে এটা কোঠাৰ একোণত থিয় হৈ হাত আৰু ভৰিৰ সহায়ত অনায়সে কিশোৰীগৰাকীয়ে  এখোজ-এখোজকৈ দেৱালৰ ওপৰলৈ বগাই যায় আৰু শেষত একেবাৰে  চিলিং পাইগৈ।

সামাজিক মাধ্যমত ভিডিঅ'টো ভাইৰেল হৈ পৰা কেইমিনিটৰ পাছতে প্ৰায় ১.৩৭ লাখতকৈ অধিক লোকে চোৱাৰ লগতে ৩০০০ লাইক আৰু ৬০০ তকৈ অধিক শ্বেয়াৰ লাভ কৰিবলৈ সক্ষম হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক