--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ বাবে এক সুখবৰ৷ বৰঝাৰত নিৰ্মাণ হ’ব হায়দৰাবাদতকৈও অত্যাধুনিক ফিল্ম চিটি৷ ১২০টা ভাষাত চিনেমা নিৰ্মাণ কৰিব পৰা আৰু হায়দৰাবাদৰ ফিল্ম চিটিতকৈ অত্যাধুনিক এক ফিল্ম চিটি ভি জি আৰে গুৱাহাটীত নিৰ্মাণ কৰিব। 

বুধবাৰে এডভান্টেজ আছাম ২.০৩ অংশগ্ৰহণ কৰি এই কথা প্রকাশ কৰিছে কোম্পানীটোৰ পৰিচালন সঞ্চালকে। এই কোম্পানীটোৱে এ আই সুবিধাযুক্ত অত্যাধুনিক ফিল্ম চিটিখন বৰঝাৰ বিমান বন্দৰৰ সমীপত ৫০০ একৰ মাটিত ২০০০ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰিবৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছে। 

পৰিচালন সঞ্চালকজনে লগতে এই বুলিও কয় যে এই গ্ল'বেল ফিল্ম চিটিখনে ৫-ৰ পৰা ১০ হাজাৰ থলুৱা নিবনুৱাক কর্মসংস্থাপন দিব। আনহাতে, সন্মিলনৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত ৰাজ্যৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত দুর্যোগ ব্যৱস্থাপনা বিভাগ আৰু হায়দৰাবাদৰ জেনেছিছ ইণ্টাৰনেশ্যনেল কৰ্প'ৰেশ্যন লিমিটেডৰ মাজত এখন গুৰুত্বপূর্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

উৎস- দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ