--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাশিৱৰাত্ৰিৰ প্ৰাকক্ষণত লেখক, বিশিষ্ট কথাছবি পৰিচালক তথা মহানগৰ আৰক্ষী আয়ুক্ত ড° পাৰ্থসাৰথি মহন্তৰ কথা আৰু জুবলী বৰুৱাৰ কণ্ঠত ‘ঔম মহেশ্বৰ’ শীৰ্ষক ভক্তিমূলক গীতটিয়ে মুক্তি লাভ কৰিছে । 



ইউটিউবত এই ভক্তিমূলক গীতটো উপলব্ধ হোৱাৰ মাত্ৰ কেইঘন্টামানৰ ভিতৰতে কেইবাহাজাৰ লোকে আদৰি লৈছে । 

‘নীলকণ্ঠ / সদাশিৱ /জঁটাধাৰী মহাদেৱ .....’ কলিৰে আৰম্ভ হোৱা গীতটোৰ সংগীত দীপকেশ বৰগোহাঁইৰ। গীতটোৰ প্ৰতিটো শব্দই আধ্যাত্মিক চেতনা বহন কৰাৰ উপৰি প্ৰভু শিৱৰ মাহাত্ম্য বৰ্ণনা কৰিছে । শ্ৰুতিমধুৰ সুৰ আৰু শব্দৰ মালিতাই "ঔম মহেশ্বৰ" গীতটিত  ভগৱান শিৱৰ অপৰিসীম শক্তি, সীমাহীন কৰুণা, আৰু ঐশ্বৰিক শক্তিক সুন্দৰভাৱে উপস্থাপন কৰিছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ