--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ জনদৰদী অভিনেতা ছনু ছুডৰ নতুন ছবি ফাতেহ মুক্তিৰ পথত৷ অভিনেতাগৰাকীয়ে তেওঁৰ উপাৰ্জনৰ বেছিভাগেই আৰ্তজনৰ সহায়ৰ বাবে দান কৰি আহিছে। কৰ’না মহামাৰীৰ সময়তো অভনেতা গৰাকীয়ে সহায়ৰ হাত আগবঢ়াইছিল। শেহতীয়াকৈ #DrugFreeFuture ৰ তৃতীয় ছিজনত সহায় কৰিবলৈ শনিবাৰে আহমেদাবাদত অনুষ্ঠিত হোৱা গিফ্ট চিটি ৰাণত অংশগ্ৰহণ কৰিছিল অভনেতা গৰাকীয়ে। 

অভিনেতাগৰকাীয়ে সংবাদ মাধ্যমৰ হৈতে হোৱা কথা বাৰ্তাত কয় শীঘ্ৰেই একচন ছবি ফাতেহ মুক্তি লাভ কৰিব। লগতে  তেওঁ ফাতেহৰ বক্স অফিচ সংগ্ৰহ বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমলৈ দান কৰিব বুলি সদৰি কৰছে। ইয়াৰ পাছতেই ছ’চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে আভিনেতা গৰাকীৰ এই বক্তব্য ।

অভিনেতাগৰাকীৰ এনে মহানুভৱতাৰ বাবেই তেওঁৰ জনসাধাৰণৰ মাজত জনপ্ৰিয় তথা অনুৰাগীৰ প্ৰিয়ভাজন হৈ পৰিছে। উল্লেখযোগ্য যে এই ছবিখন ২০২৫ চনৰ ১০ জানুৱাৰীত ছবিগৃহত মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ