--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত পুনৰ তীব্ৰতৰ হৈ পৰিছে কৃষকৰ আন্দোলন। তেওঁলোকৰ দাবীক লৈ পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকসকলে। কৃষক সকলৰ নিজৰ অধিকাৰ বিছাৰি আন্দোলনত নামি পৰাত বিখ্যাত সংগীত শিল্পী গুৰু ৰান্ধৱাই কৃষক অন্দোলনৰ প্ৰতি সঁহাৰি জনাই ছচিয়েল মিডিয়াত কৃষকৰ সপক্ষে নিজৰ মত প্ৰকাশ কৰিছিল৷ এতিয়া অন্দোলনৰ প্ৰতি সঁহাৰি জনাই ট্ৰলিঙৰ সন্মুখীন হৈছে শিল্পীগৰকী৷

শিল্পী গৰাকীয়ে ১৬ ডিচেম্বৰত এক্সত এটা পোষ্টত কৃষক সকলক সঁহাৰি জনাই লিখিছে যে দেশৰ প্ৰতি ঘৰলৈ কৃষকে খাদ্য যোগান ধৰে। তেওঁলোকৰ দাবী শুনা উচিত। চৰকাৰী বিষয়াসকলক তেওঁলোকৰ লগত বহি কথা আলোচনা কৰিবলৈ অনুৰোধ জনাই। কিন্তু কৃষকক সমৰ্থন জনাই নেটিজেনৰ ট্ৰলিঙৰ সন্মুখীন হৈছে শিল্পীগৰকী৷   

শিল্পীগৰাকীয়ে নেটিজেনৰ ট্ৰলিঙৰ উত্তৰ দি  কয় যে তেওঁ নিজেই এটা খেতিয়ক পৰিয়ালৰ পৰা অহা। মাত্ৰ এজন ভাৰতীয় হিচাপে অনুৰোধ কৰিছো। 

গুৰু ৰান্ধৱাই আন এক পোষ্ট কৰি সকলোকে একত্ৰিত হ’বলৈ আহ্বান জনায় কয় আহক আমি একত্ৰিত হৈ আমাৰ দেশক সমৰ্থন কৰোঁ। এই মাটি,এই দেশ পৃথিৱীৰ শ্ৰেষ্ঠ দেশ বুলি উল্লেখ কৰে শিল্পীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ