--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  বেইজিঙৰ পৰা সামৰিক ভাবুকি পাই থকাৰ মাজতে টাইৱানে ইয়াৰ সেনাৰ সক্ষমতা শক্তিশালী কৰিছে। 

বুধবাৰে টাইৱানৰ প্ৰতিৰক্ষা মন্ত্রী বেলিংটন কুই কয় যে চীনে দ্বীপ ৰাষ্ট্ৰখনৰ বিৰুদ্ধে সামৰিক অনুশীলন বৃদ্ধি কৰি আছে। যিকোনো মুহূর্ততে চীনে টাইৱানত আক্ৰমণ কৰিব পাৰে। চীনৰ আগ্রাসনক শক্তিশালীভাৱে প্রতিহত কৰাৰ বাবে টাইৱানে ইয়াৰ সামৰিক শক্তি বৃদ্ধি কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্রীজনে সদৰী কৰে। 

ইয়াৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা পাঁচদিনীয়া সামৰিক অনুশীলন আৰম্ভ কৰিছে দ্বীপ ৰাষ্ট্ৰখনে। শত্রু চীনৰ পৰা সষ্টম থাকিবলৈ দেশখনৰ সেনাক নির্দেশ দিয়া হৈছে। প্রতিৰক্ষা মন্ত্রালয়ে সদৰী কৰা অনুসৰি, টাইৱানৰ ৰাজধানী টাইপেইৰ বাহিৰৰ প্রধান ঠাইসমূহত দেশখনে সামৰিক অনুশীলন চলোৱাৰ লগতে অস্ত্র-শস্ত্রও মজুত কৰি ৰাখিছে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ