--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰ্বশী ৰাউটেলাৰ ফেশ্বন ষ্টেটমেন্ট আৰু বিলাসী জীৱনশৈলীৰ বাবে সদায় চৰ্চাত থাকে। যোৱা কিছুদিন তেওঁ হায়দৰাবাদত আছিল। আগন্তুক ছবি ‘এন বি কে ১০৯’ৰ শ্বুটিং চলি আছে। জানিব পৰা মতে উৰ্বশী শ্বুটিং ফ্ল’ৰত ভয়ংকৰ দুৰ্ঘটনাগ্ৰস্ত হয়। লগে লগে তেওঁক হায়দৰাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এতিয়া তেওঁৰ কেনেকুৱা অৱস্থা?

উৰ্বশীক দেখা যাব তেলেগু চলচ্চিত্ৰ তাৰকা নন্দমুৰি বালকৃষ্ণৰ আগন্তুক ছবি ‘এনবিকে ১০৯’ত। সেই শ্বুটিং ফ্ল’ৰত এক ভয়ংকৰ দুৰ্ঘটনা হয়। হাড় ভাঙি গৈছে অভিনেত্ৰীগৰাকীৰ। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে উৰ্বশীৰ কোনো বক্তব্য দিয়া হোৱা নাই। জানিব পৰা মতে, হায়দৰাবাদত উৰ্বশীৰ বাবে উত্তম চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। চিকিৎসকে তেওঁক সকলো সময়তে নিৰীক্ষণত ৰাখিছিল। উৰ্বশীৰ আঘাতৰ খবৰ পাই চিন্তিত হৈ পৰিছে অনুৰাগী।

এই ছবিখনৰ শ্বুটিং ২০২৩ চনৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভ হৈছিল। চলিত বৰ্ষৰ অক্টোবৰ মাহত ছবিখন ছবিগৃহত মুক্তি পাব। নন্দমুৰি বালকৃষ্ণ, উৰ্বশীৰ উপৰিও ছবিখনত দুল্কুৰ ছালমান আৰু প্ৰকাশ ৰাজে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক