--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক’ভিড প্ৰতিষেধকক লৈ বৰ্তমানেও চলি আছে পৰীক্ষা-নিৰীক্ষা৷ বিশ্বত ক’ভিডে ধ্বংসলীলাৰ সৃষ্টি কৰাৰ পাছতে ক’ভিড প্ৰতিষেধক সৃষ্টিয়ে দিছিল আশাৰ বতৰা৷ পূৰ্বতকৈ যথেষ্ট পৰিমাণে ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিল যদিও শিশুসকলক এই প্ৰতিষেধক দিয়াতো কিমান ফলপ্ৰসু সেয়া নিৰীক্ষণৰ ভিতৰত আছিল৷ সোমবাৰে সকলো প্ৰশ্নৰ সমিধান উলিয়াই ফাইজাৰ আৰু বায়'টেকে শিশুসকলক এই প্ৰতিষেধক দিয়াতো সুৰক্ষিত বুলি জানিবলৈ দিয়ে৷

৫বছৰ বয়সৰ পৰা ১১ বছৰ বয়সৰ শিশুক এই ভেকচিন দিয়াতো সুৰক্ষিত বুলি বিবেচিত হ'লেও এতিয়াও সম্পূৰ্ণৰূপে প্ৰতিষেধক প্ৰদানত অনুমতি দিয়া হোৱা নাই৷ কোম্পানীৰ কৰ্তৃপক্ষই জনোৱা মতে তেওঁলোকে এই সন্দৰ্ভত সবিশেষ প্ৰতিবেদন ইউৰোপীয়ান বডিলৈ প্ৰেৰণ কৰিছে যদিও আনুষ্ঠানিক ঘোষণা হোৱা নাই৷

উল্লেখ্য যে, বৰ্তমান ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে বিশ্বত৷ সম্পূৰ্ণ ভেকচিন গ্ৰহণ কৰা লোকসকলৰ বাবে মুকলি হৈছে পৰ্যটনৰ ক্ষেত্ৰখনো৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক