--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : যশস্বী অভিনেতা দিলীপ কুমাৰৰ দেহাৱসান৷ ৯৮ বছৰ বয়সত মৃত্যু হয় অভিনেতাজনৰ৷ মুম্বাইৰ হিন্দুজা হাস্পতালত চিকিৎসাধীন হৈ আছিল দিলীপ কুমাৰ৷ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল অভিনেতাজন৷ অনেক ছবিত অনবদ্য অভিনয় কৰিছিল কুমাৰে৷

কুমাৰৰ জনপ্ৰিয় ছবিকেইখন হৈছে মোগল-ই-আজম, দেৱদাস, ৰাম ঔৰ শ্যাম, নয়া দৌৰ৷ ‘দাদা চাহেব ফাল্কে’ বঁটাৰে বিভূষিত দিলীপ কুমাৰ৷ ২০১৫ চনত লাভ কৰিছিল পদ্মবিভূষণ সন্মান৷ পাকিস্তান চৰকাৰেও আগবঢ়াইছিল সৰ্বোচ্চ অসামৰিক সন্মান৷ ভাৰতীয় ছবিজগতৰ এক কিম্বদন্তী আছিল দিলীপ কুমাৰ৷ দিলীপ কুমাৰৰ মৃত্যুত ৰাষ্ট্রপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ