--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাত পশ্চিমবংগৰ অৰ্পণ দাসে ৯ ৰাউণ্ডৰ পৰা ৮ পইণ্ট সংগ্ৰহ কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে।  পশ্চিমবংগৰে ৰূপম মৃখাৰ্জীয়ে ৭.৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। অসমৰ নীলাভজ্যোতি বৰঠাকুৰে ৭ পইণ্ট পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে। 

 বিহাৰৰ আশুতোষ কুমাৰ, অসমৰ  টানিশা এ আৰ সোম, উদ্দীপ্ত গগৈয়েও ৭পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে চতুৰ্থ,পঞ্চম,ষষ্ঠ আৰু সপ্তম স্থান অধিকাৰ কৰে।  বিহাৰৰ কিষান কুমাৰ, অসমৰ চাৰ্ভী চৌধুৰী, ছাহজাহান আলি, ৰিতুৰাজ তামুলীয়ে ৬.৫ পইণ্টকৈ সংগ্ৰহ কৰি ক্ৰমে অষ্টম, নৱম, দশম আৰু একাদশ স্থান অধিকাৰ কৰে। 

 পদ্ম গগৈ, চিৰৰঞ্জন ভূঞা,  অশ্বীন শৰ্মা, ৰিষভ বৰ্মন,প্ৰানগোবিন্দ পৰাশৰ কাশ্যপ, নলীনাক্ষ কাশ্যপ,  ৰাজবীৰ আহমেদ, অভিৰূপ শইকীয়া আৰু গিয়াচুদ্দিন আহমেদে ৬ পইণ্টকৈ সংগ্ৰহ কৰি ক্ৰমে দ্বাদশৰ পৰা বিশতম স্থানলৈ অধিকাৰ কৰে।  বঁটা বিতৰণী সভাত ডাউন টাউন বিশ্ববিদ্যালয়  উপাচাৰ্য্য ড:নাৰায়ণ  চন্দ্ৰ তালুকদাৰ, সদৌ অসম  দবা সন্থাৰ সভাপতি কন্দৰ্প কলিতা উপস্থিত আছিল। বটা বিতৰণী সভাত সভাপতিত্ব কৰে ডা: শিবেন দত্তই। মুঠ দুই লাখ টকা প্ৰাইজ মানি হিচাপে বিতৰণ কৰে। 

ইণ্ডিয়ান অইল কৰ্পোৰেচনে আৰু ভিশ্বন টেকে আৰ্থিক সাহায্য আগবঢ়োৱা এই প্ৰতিযোগিতাখন গুৱাহাটীৰ টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৩ জুলাইৰ পৰা ৮ জুলাই লৈ দবা খেলুৱৈ অভিভাৱক ফ’ৰামে আয়োজন কৰিছিল।  

সৰ্বভাৰতীয় দবা মহাসংঘই আৰু বিশ্ব দবা মহাসংঘই স্বীকৃতি প্ৰদান কৰা এই প্ৰতিযোগিতা খন ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে পৰিচালনা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ