--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দাঁত পৰিষ্কাৰ কৰাটো অতি প্ৰয়োজনীয়, কাৰণ ই গহ্বৰ আৰু দুৰ্গন্ধ বন্ধ হোৱাত সহায় কৰে। কিন্তু আপুনি নিশ্চয় প্ৰায়ে অনুভৱ কৰিছে বা দেখিছে যে বহুসংখ্যক লোকে দাঁত চাফা কৰাৰ সময়ত ব্ৰাছ বা টুথব্ৰাছ ব্যৱহাৰ কৰে তেতিয়াই দাঁতৰ আলুৰ  পৰা তেজ ওলাবলৈ আৰম্ভ কৰে, কিন্তু বহুতে ইয়াক সৰু সমস্যা বুলি আওকাণ কৰে, কিন্তু বেছিভাগ দন্ত চিকিৎসকে কয় যে যেতিয়া এই সমস্যা প্ৰথমবাৰৰ বাবে দেখা দিয়ে, তেতিয়া উপায় বিচাৰি উলিয়াব লাগে নহ’লে পাছত এটা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। দাঁত চাফা কৰাৰ বাবে আমি কি ঘৰুৱা উপায় কৰিব পাৰো জানো আহক।

দাঁতৰ আলুৰ পৰা তেজ ওলোৱা বন্ধ কৰাৰ উপায়

নেমু পানী 
আমি সাধাৰণতে পিয়াহ দূৰ কৰিবলৈ নেমুৰ পানী ব্যৱহাৰ কৰো, কিন্তু ইয়াৰ সহায়ত আপুনি তেজ ওলোৱা দাঁতৰ আলুকো নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ বাবে গৰম পানী লৈ নেমু চেপি কুলকুলি কৰক। দিনটোত বহুবাৰ এই পদ্ধতি পুনৰাবৃত্তি কৰক, এনে কৰিলে সকাহ পাব।

লং তেল
ব্ৰাছ কৰাৰ সময়ত যেতিয়াই আলুৰ পৰা তেজ ওলাবলৈ আৰম্ভ কৰে তেতিয়াই তেনে পৰিস্থিতিত লং তেল ব্যৱহাৰ কৰিব পাৰে। আমি সাধাৰণতে খাদ্যৰ সুগন্ধি বৃদ্ধিৰ বাবে লং ব্যৱহাৰ কৰো, কিন্তু মুখৰ স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী। আলুৰ পৰা তেজ ওলোৱা বন্ধ কৰিবলৈ কপাহত লং তেল লগাই আক্ৰান্ত দাঁতৰ ওচৰত লগালে এনে কৰিলে ৰক্তক্ষৰণ বন্ধ হৈ যাব।

এলোভেৰা
এলোভেৰাৰ বহুতো চিকিৎসা গুণ আছে আৰু ইয়াৰে এটা হ’ল আলুৰ তেজ ওলোৱা হ্ৰাস কৰা। এলোভেৰাৰ জেল সামান্য পৰিমাণে লৈ আলুৰ ওপৰত মালিচ কৰিব লাগে। মুখখন ধুই  পেলোৱাৰ আগতে এলোভেৰাখিনি থিতাপি ল’বলৈ দিয়ক। প্ৰাকৃতিক এলোভেৰা জেল থকা তৰল পদাৰ্থ সেৱন কৰিও আলুৰ সমস্যা পৰা হাত সাৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ