--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ডঁৰিয়লি প্লাছ বস্ত্ৰ বেংক নামেৰে স্থাপিত এই বিশেষ বেংকটোৰ দ্বাৰ মুকলি কৰে বিশিষ্ট সমাজকৰ্মী নিপন নাথে।

ডিজিটেল ডেস্ক: দৰঙত পোন প্ৰথমবাৰৰ বাবে মুকলি হ’ল এটি বস্ত্ৰ বেংক। জিলাখনৰ দুনী ভেৰুৱাত মুকলি কৰা হয় এই বেংকটো। মূলতঃ অভাৱগ্ৰস্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে মুকলি কৰা হয় এই বেংক। 

ডঁৰিয়লি প্লাছ বস্ত্ৰ বেংক নামেৰে স্থাপিত এই বিশেষ বেংকটোৰ দ্বাৰ মুকলি কৰে বিশিষ্ট সমাজকৰ্মী নিপন নাথে। 

সামাজিক প্লেটফৰ্ম ডঁৰিয়লি প্পাছৰ ব্যৱস্থাপনাৰে আৰম্ভ হোৱা এই বস্ত্ৰ বেংকটো সপ্তাহৰ সাত দিনেই খোলা থাকিব। সদাশয় লোকে ব্যৱহাৰ যোগ্য ন-পুৰণি কাপোৰ ইয়াত জমা দিব পাৰে। 

আনহাতে বস্ত্ৰৰ অভাৱত থকা আগ্ৰহী লোকে ইয়াৰ পৰা আৱশ্যকীয় কাপোৰ বিনামূল্যে লৈ যাব পাৰে। 

সকলো ধৰণৰ যোগাযোগৰ বাবে 9854783083 এই ফোন নম্বৰটো মুকলি কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক