--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ধ্বংসাৱশেষৰ পৰা তিনিজন লোকক উলিয়াই তৎক্ষণাত এল এন জে পি হাস্পতাললৈ প্ৰেৰণ কৰা হয় আৰু চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে।

ডিজিটেল ডেস্ক : দিল্লীৰ দৰিয়াগঞ্জ অঞ্চলত আজি সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এটা অট্টালিকা ভাঙি ৩ জন লোকৰ মৃত্যু হয়।



বিষয়াগৰাকীয়ে জনোৱা মতে, নিশা ১২:১৪ বজাত ৩ মহলীয়া অট্টালিকাৰ এটা অংশ ভাঙি পৰাৰ খবৰ পোৱা গৈছে। ইয়াৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীয়ে চাৰিখন বাহন ঘটনাস্থলীলৈ প্ৰেৰণ কৰে। উদ্ধাৰ অভিযান বৰ্তমান চলি আছে।



ধ্বংসাৱশেষত আবদ্ধ হৈ থকা লোকসকলক বিচাৰিবলৈ উদ্ধাৰ কৰ্মীয়ে চলাইছে অভিযান। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই জনোৱা মতে, নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে হঠাতে অট্টালিকাটো খহি পৰে। অৱশ্যে অট্টালিকাটো খহি পৰাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে জনোৱা মতে, এই বিষয়ত তদন্ত অব্যাহত আছে।


মৃত লোকসকল আছিল শ্ৰমিক


ধ্বংসাৱশেষৰ পৰা তিনিজন লোকক উলিয়াই তৎক্ষণাত এল এন জে পি হাস্পতাললৈ প্ৰেৰণ কৰা হয় আৰু চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে। নিহত দুজন জুবাইৰ, গুলসাগৰ আৰু তৌফিক বুলি চিনাক্ত কৰা হৈছে। তিনিওজনেই আছিল শ্ৰমিক।



দৰিয়াগঞ্জ থানাৰ পিছফালে থকা সাদভাৱনা পাৰ্কৰ সমীপত সংঘটিত হৈছে এই ঘটনা। দিল্লী আৰক্ষীয়ে নিশ্চিত কৰিছে যে ইতিমধ্য তিনিজন লোকৰ মৃত্যু হৈছে। ঘটনাস্থলীত উপস্থিত আছে দিল্লী আৰক্ষীৰ জোৱান ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ