--°C
Loading...
Listen to Article
2 min read
80%

বেংগালুৰু : মঙলবাৰে বেংগালুৰুৰ এগৰাকী ১০৩বছৰীয়া বৃদ্ধাই গ্ৰহণ কৰিলে ক'ভিড ভেকচিনৰ প্ৰথম পালি৷ শতবৰ্ষ গৰকা এইগৰাকী মহিলা ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা আটাইতকৈ বয়সীয়া নাগৰিক হিচাপে চিহ্নিত হৈছে৷ ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা জে কামেশ্বৰী নামৰ মহিলাগৰাকী প্ৰতিষেধক গ্ৰহণ কৰা দেশৰ বয়োজ্যেষ্ঠতম মহিলা৷

আৰু পঢ়িব পাৰিব : ‘অজাপ’ৰ পৰা কেন্দ্ৰীয় সম্পাদকসহ ১৭ জনৰ পদত্যাগ

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি মঙলবাৰলৈকে দেশত ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰা মুঠ লোকৰ সংখ্যা হৈছে ২,৪০,৩৭,৬৪৪জন৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেশজুৰি ১ মাৰ্চৰ পৰা আৰম্ভ কৰিছিল দ্বিতীয় পৰ্যায়ৰ ক'ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া৷

আৰু পঢ়িব পাৰিব : অগ্নিকাণ্ডত প্ৰায় ১০ৰো অধিক বিপণীৰ সা-সম্পত্তি ভস্মীভূত !

আনহাতে, যোৱা ২৪ ঘন্টাত দেশত ক’ভিডৰ ১৭,৯২১টা নতুন সংক্ৰমণ ধৰা পৰিছে৷ ২০,৬৫২জনে বিগত সময়ছোৱাত ক'ভিডৰ পৰা আৰোগ্য লাভ কৰাৰ বিপৰীতে ১৩৩জনৰ মৃত্যু হৈছে৷ বৰ্তমানলৈকে ১,৮৪,৫৯৮জন আক্ৰান্ত চিকিৎসাধীন হৈ আছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ