--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আধুনিক যুগত জনসাধাৰণৰ জীৱন-যাপন আৰু খাদ্যাভ্যাসৰ বহু পৰিৱৰ্তন হৈছে। ইয়াৰ উপৰি আমাৰ চৌপাশৰ পৰিৱেশ দিনকদিনে প্ৰদূষিত হৈ পৰিছে। বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত হাঁপানী ৰোগ অতি সাধাৰণ হৈ পৰিছে। ভাৰতত আজি প্ৰায় ২ কোটি হাঁপানী ৰোগী আছে। বিশ্ব স্বাস্থ্য সংস্থাই দাবী কৰিছে যে যদি এনেদৰে পৰিৱেশ প্ৰদূষিত হৈ থাকে, তেন্তে হাঁপানী ৰোগ হ’ব পাৰে এটা সময়ত আটাইতকৈ মাৰাত্মক ৰোগ। সেয়ে পৰিৱেশক দূষিত হোৱাৰ পৰা আমি সকলোৱে সুৰক্ষা দিব লাগে। ইয়াৰ উপৰি যুৱক-যুৱতীসকলে নিজৰ অভ্যাস সলনি কৰাটোও প্ৰয়োজন হৈ পৰিছে। জানো আহক কোনবোৰ অভ্যাসৰ বাবে হাঁপানীৰ ৰোগ বৃদ্ধি পাব পাৰে।

 এই অভ্যাসৰ বাবে হাঁপানী ৰোগীৰ সংখ্যা বৃদ্ধি পাব পাৰে-

* অনবৰতে কামত ব্যস্ত হৈ থকা লোকসকলৰ হাঁপানী ৰোগৰ সমস্যা বেছি হয়। এনে অৱস্থাত কৰ্মৰ সমান্তৰালভাৱে শৰীৰক বিশ্ৰাম দিয়াটোও প্ৰয়োজন।

* আজিৰ সময়ত যুৱপ্ৰজন্মৰ মাজত চিগাৰেট-গুটখা সেৱনৰ অভ্যাস অতি বেছি, এনে অৱস্থাত হাঁপানী ৰোগৰ সমস্যা বৃদ্ধি পাব পাৰে।

* নিয়মিতভাৱে ৫০০ মিটাৰো খোজকঢ়াৰ অভ্যাস নাই, তেন্তে আপোনাৰ এই অভ্যাসে আপোনাৰ শৰীৰটোক অস্থিৰ কৰি তুলিব পাৰে। ফলত হাঁপানী ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

* বাহিৰৰ বস্তু বেছিকৈ সেৱন নকৰিব। ইয়াৰ ফলত হাঁপানীৰ সমস্যা হোৱাৰ সম্ভাৱনা অতি বেছি।

* দৈনিক যোগাভ্যাসৰ লগতে স্বাস্থ্যসন্মত খাদ্য নিৰ্বাচন নকৰাৰ ফলতো হাঁপানী ৰোগৰ সমস্যা বৃদ্ধি পাব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ