--°C
Loading...
Listen to Article
2 min read
80%

জয়পুৰ : মধ্য প্ৰদেশ, গুজৰাটৰ পাছত এইবাৰ অসমৰ ক্ষেত্ৰতো আৰম্ভ ৰিজ’ৰ্ট পলিটিক্স৷ ৰাজস্থানৰ জয়পুৰত আজি অসমৰ এআইইউডিএফৰ নিৰ্বাচনী প্ৰাৰ্থী উপস্থিত হয়গৈ৷ বিমান বন্দৰৰ পৰা ৫ খন গাড়ীৰে ফেয়াৰমণ্টলৈ ৰাওনা হয় প্ৰাৰ্থীকেইগৰাকী৷ অসমৰ নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ আগে পাছে বিজেপিয়ে হাইজেক কৰিব পাৰে বিৰোধী বিধায়কক। এই আশংকাৰে ইতিমধ্যে আজমলে ১৭ গৰাকী ভাবি বিধায়কক লৈ গ’ল ৰাজস্থানলৈ।

আৰু পঢ়িব পাৰিব : গঁড়ৰ আক্ৰমণত নিহত অনিমেশ

দিনৰ ২ বজাত ইণ্ডিগো বিমানেৰে জয়পুৰত উপস্থিত হোৱা প্ৰাৰ্থীৰ দলটো বিলাসী ফেয়াৰমণ্ট হোটেলত আছে আৰু প্ৰাৰ্থীসকল ২ মে’ৰ ভোটগণনা পৰ্যন্ত জয়পুৰতে থাকিব বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে ম’বাইল ছুইচ অফ কৰি জমা ৰাখিছে নিৰ্দিষ্ট স্থানত৷ বহিৰ্বিশ্বৰে যোগাযোগ বিচ্ছিন্ন কৰি ৰখা হৈছে নিৰ্বাচনী প্ৰাৰ্থীকেইগৰাকীক৷ AIUDFৰ প্ৰাৰ্থীকৈগৰাকীক শীৰ্ষ কংগ্ৰেছ নেতাৰ তত্বাৱধানত নিয়া হৈছে৷

আৰু পঢ়িব পাৰিব : দেশত প্ৰতিষেধকৰ নাটনি! কেইবাখনো ৰাজ্যত উদ্বেগজনক পৰিস্থিতি

অন্তিম বাৰলৈ মহাৰাষ্ট্রৰ কংগ্ৰেছৰ প্ৰাৰ্থীক অনা হৈছিল ৰাজস্থানলৈ৷ কংগ্ৰেছ হাইকমাণ্ডৰ বাবে পুনৰ বিশ্বাসভাজন অশোক গেহলট৷ কংগ্ৰেছৰ মুখ্যমন্ত্ৰীজনে নজৰ ৰাখিছে অসমৰ প্ৰাৰ্থীসকলৰ ওপৰত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ